DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2021 2:59 pm
deepika-pic
4.5k
VIEWS
Share on FacebookShare on Twitter

যোৱা নিশা মুম্বাইৰ খাৰ অঞ্চলত থকা এখন ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিছিল বলীউডৰ নায়িকা দীপিকা পাডুকন।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউডৰ ড্ৰাগছ কাণ্ডৰ সৈতে জৰিত হৈ পৰা দীপিকা পাডুকনে বিগত কিছুদিন ধৰি জনসমাগমৰ পৰা নিলগত আছিল যদিও যোৱা নিশা তেওঁ মুম্বইৰ খাৰ অঞ্চলৰ ৰেষ্টুনৰেণ্ট খনলৈ গৈছিল।

মাজনিশা ৰেষ্টিুৰেণ্টৰ পৰা ঘৰলৈ উভতিবলৈ লওতেই ৰেষ্টুৰেণ্টৰ দুৰ মুখতে অনুৰাগীয়ে হেঁচা মাৰি ধৰে দীপিকাক।

একাংশ অনুৰাগীয়ে দীপিকাক টনা-আজোৰা কৰিবলৈ চেষ্টা চলোৱাৰ লগতে কোনো এগৰাকী অনুৰাগীয়ে দীপিকাৰ বেগ খন টানি নিয়াৰ চেষ্টা চলায়।

অৱশ্যে দীপিকাৰ লগত যোৱা লোক সকলৰ চেষ্টাত বেগ খন অনুৰাগীয়ে টানি নিব নোৱাৰিলে।

 

View this post on Instagram

 

A post shared by Viral Bhayani (@viralbhayani)

ইয়াৰ পিছতে অনুৰাগীৰ ভিৰ ঠেলি দীপিকাই খৰ খোজেৰে গৈ নিজৰ গাড়ীত উঠে।

ৰেষ্টুৰেণ্টৰ বাহিৰত অনুৰাগীৰ কৱলত পৰা দীপিকাৰ এই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে নেটিজেনসকলে বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছে।

বলীউডৰ ড্ৰাগছ কাণ্ডত নাৰকোটিক্সৰ চমন পোৱা দীপিকাক উদ্দেশ্যি বহুতে এই বুলি লিখিছে যে নিশালৈকে মদ খাই তেওঁ খোজ কাঢ়িব নোৱাৰা হৈ পৰিছে।

সেয়ে লগত যোৱা কেইজনে তেওঁক ধৰি আনিবলগীয়া হৈছে ইত্যাদি কথা।

উল্লেখ্য লকডাউনৰ পিছৰে পৰা বলীউডৰ মাদক কাণ্ডত জৰিত হৈ পৰা দীপিকাই কোনো নতুন ছবিৰ বাবে শ্বুটিং কৰা নাই।

শেহতীয়াকৈ তেওঁ শাহৰুখ খানৰ পাঠান ছবিৰ বাবে শ্বুটিং কৰিব বুলি জানিব পৰা গৈছে।

Recent News

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd