• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বিজেপি নেতাৰ ইক’ ৰিজ’ৰ্টৰ পৰা জব্দ হৰিণৰ মাংস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2023 7:54 am
ৰিজ’ৰ্টখনৰ মেনেজাৰ জয় কুমাৰক আটক কৰি বন বিভাগে জেৰা কৰি আছে।

ৰিজ’ৰ্টখনৰ মেনেজাৰ জয় কুমাৰক আটক কৰি বন বিভাগে জেৰা কৰি আছে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শোণিতপুৰ জিলাৰ বন বিভাগৰ বিষয়াসকলে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত স্থানীয় বিজেপি নেতাৰ দ্বাৰা পৰিচালিত ইক’ ৰিজ’ৰ্টৰ পৰা হৰিণাৰ মাংস জব্দ কৰিছে। উদ্যানখনৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত বালিপাৰা-ভালুকপুং পথৰ কালাবিলত অৱস্থিত কন্যাকা ইকো ৰিজৰ্ট নামৰ ৰিজৰ্টখন। ইয়াক পৰিচালনা কৰে শোণিতপুৰ জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়াই।

দেওবাৰে পটাছালিৰ হাতীগেট স্থানীয় অঞ্চলৰ সমীপত হৰিণাৰ মাংস কঢ়িয়াই অনা এখন মটৰ চাইকেল আটক কৰে বনকৰ্মীয়ে। মটৰ চাইকেলখন চলাইছিল ৰিজ’ৰ্টখনৰ মেনেজাৰ জয় কুমাৰে।

ৰিজ’ৰ্টখনত তালাচী চলাই এক কিলোগ্ৰাম হৰিণৰ মাংস, এটা হৰিণৰ মূৰৰ খুলি আৰু দুটা শিং উদ্ধাৰ কৰে। লগতে জব্দ কৰিছে কেইবাটাও মোবাইল ফোন।

Apply Now

কুমাৰক আটক কৰি বন বিভাগে জেৰা কৰি আছে। ৰিজ’ৰ্টখনৰ ৰান্ধনী আন এজন ব্যক্তিকো আটক কৰা হৈছে।

সূত্ৰই জনোৱা মতে, বৰ্তমান পলাতক হৈ থকা ধন দাসে ৰিজ’ৰ্টখনলৈ হৰিণাৰ মাংস যোগান ধৰা বুলি অভিযোগ উঠিছে।

এই ঘটনাই অঞ্চলটোৰ বিজেপি নেতা আৰু চোৰাংচিকাৰীৰ এটা অংশৰ সম্পৰ্কৰ কথা উদঙাই দিছে। সূত্ৰসমূহে জনোৱা মতে, দীৰ্ঘদিন ধৰি ৰিজ’ৰ্টখনত হৰিণাৰ মাংস পৰিবেশন কৰা হৈছে, আৰু স্থানীয় বিজেপিৰ একাংশ নেতাই অবৈধ বন্যপ্ৰাণীৰ মাংসৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে।

এই ঘটনাই বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বন বিভাগৰ বিষয়াসকলৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। একাংশ লোকে অভিযোগ কৰিছে যে বন বিভাগৰ বিষয়াসকল অবৈধ বন্যপ্ৰাণীৰ ব্যৱসায়ত সহযোগী, আৰু সেয়ে তেওঁলোকে চোৰাংচিকাৰীৰ কাৰ্যকলাপৰ প্ৰতি চকু মুদি আছে।

আমোদজনক কথাটো হ’ল কন্যাকা হৈছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশনাত আৰু সহযোগত স্থাপন কৰা দুগ্ধ পাম। এই ফাৰ্মখনৰ সুনাম আছে, আৰু এজন ব্যক্তিয়ে কেনেকৈ একে নামৰ ৰিজ’ৰ্ট এখন চলাব পাৰে সেয়া স্পষ্ট নহয়। ইয়াৰ নাম ব্যৱহাৰ কৰাত ফাৰ্মখনে আপত্তি কৰিছে নে নাই সেয়াও জানিব পৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm
অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

August 8, 2026 7:00 pm
স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

August 8, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd