• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আমি কাৰো দাস নহওঁ’, ট্ৰাম্পক প্ৰত্যাহ্বান জনাই মাদুৰোৰ আসনত বহিল ডেলচি ৰড্ৰিগেজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2026 10:11 am
63
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা আৰু ভেনিজুৱেলাৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সামৰিক উত্তেজনাৰ মাজতে এক নাটকীয় পৰিৱৰ্তন ঘটিছে। ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে দেশখনৰ উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰিছে। আদালতে জনাইছে যে এতিয়াৰ পৰা ৰড্ৰিগেজেই দেশৰ প্ৰশাসনৰ মুৰব্বী হোৱাৰ লগতে সামগ্ৰিক প্ৰতিৰক্ষাৰ দায়িত্বও পালন কৰিব। ক্ষমতা গ্ৰহণ কৰিয়েই ৰড্ৰিগেজে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক তীব্ৰ সমালোচনা কৰে। তেওঁ স্পষ্টকৈ কয় যে ভেনিজুৱেলাই কেতিয়াও কাৰো দাসত্ব গ্ৰহণ নকৰে। ইয়াৰ লগতে বন্দী হৈ থকা ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক অতি শীঘ্ৰে মুক্তি দিবলৈ আমেৰিকাৰ ওচৰত দাবী জনায়।

যোৱা শনিবাৰে পুৱাৰে পৰা দুয়োখন দেশৰ মাজত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰে। আমেৰিকাৰ সেনাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ লগতে মিৰাণ্ডা, আৰাগুয়া আৰু লা গুয়াইৰা দৰে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত ধাৰাবাহিকভাৱে গোলাবৰ্ষণ আৰু বিমান আক্ৰমণ আৰম্ভ কৰে। এই আক্ৰমণৰ ফলত সমগ্ৰ ভেনিজুৱেলা আন্ধাৰত ডুব যায়। ইয়াৰ কিছু সময়ৰ পিছতে ট্ৰাম্পে মাদুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বৰ্তমান তেওঁলোকক নিউয়ৰ্কৰ এটা ডিটেনচন চেণ্টাৰত ৰখা হৈছে। শনিবাৰৰে পৰা ডেলচি ৰড্ৰিগেজে দেশৰ দায়িত্ব ল’ব পাৰে বুলি যি চৰ্চা চলি আছিল, ভেনিজুৱেলাৰ আদালতে সেই চৰ্চাত মোহৰ মাৰি তেওঁক অনুমোদন জনায়।

Apply Now

ইফালে এই সামৰিক অভিযানৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এক সংবাদমেল সম্বোধন কৰি ইয়াক তেওঁলোকৰ বিজয় বুলি ঘোষণা কৰে। ট্ৰাম্পে কয় যে ভেনিজুৱেলাত এজন যোগ্য আৰু নিৰাপদ শাসক নোহোৱালৈকে আমেৰিকাই দেশখনৰ শাসন চলাই যাব। তেওঁৰ মতে ভেনিজুৱেলাত দীৰ্ঘদিন ধৰি এক অস্থিৰ পৰিৱেশ চলি আছে আৰু সেয়েহে বৰ্তমান তেওঁলোকে আন কাৰোবাৰ হাতত ক্ষমতা অৰ্পণ কৰিব নিবিচাৰে। ট্ৰাম্পৰ এই মন্তব্যক ডেলচি ৰড্ৰিগেজে তীব্ৰ গৰিহণা দিছে। তেওঁ কয় যে ভেনিজুৱেলা কোনো বিদেশী সাম্ৰাজ্যৰ উপনিবেশ নহয়। মাদুৰোকেই তেওঁলোকৰ একমাত্ৰ বৈধ নেতা বুলি অভিহিত কৰি তেওঁ পুনৰ মাদুৰো দম্পতীক মুক্তিৰ বাবে জোৰ দিয়ে।

ভেনিজুৱেলাৰ চৰকাৰে অভিযোগ কৰিছে যে এই সমগ্ৰ আক্ৰমণ আমেৰিকাৰ এক আগ্ৰাসী নীতিৰ বাহিৰে আন একো নহয়। তেওঁলোকৰ মতে আমেৰিকাৰ আচল লক্ষ্য হৈছে ভেনিজুৱেলাৰ প্ৰচুৰ তেল আৰু খনিজ সম্পদসমূহ নিজৰ দখললৈ নিয়া। আনহাতে আমেৰিকাৰ পক্ষৰ পৰা কোৱা হৈছে যে মাদুৰোৰ বিৰুদ্ধে ড্ৰাগছ সন্ত্ৰাসবাদ, কোকেইন আমদানি আৰু মাৰাত্মক অস্ত্ৰ ৰখাৰ দৰে গুৰুতৰ অভিযোগ আছে। এই অভিযোগসমূহৰ বিচাৰ কৰিবলৈকে তেওঁক গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ যোৱা হৈছে। বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd