• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিমান বন্দৰে ঘৰৰ পৰাই নিব আৰু ঘৰত দি যাব বিমানযাত্ৰীৰ টালি-টোপোলা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2020 6:52 pm
Delhi Airport

প্ৰতিনিধিত্বমূলক ছবি।

378
VIEWS
Share on FacebookShare on Twitter

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে এটা অভিনৱ ঘোষণাৰে ইয়াৰ বিমানযাত্ৰীসকলক সুকীয়া ধৰণৰ সেৱা দিবলৈ ওলাইছে।

১৪ ফেব্ৰুৱাৰিত কৰা ঘোষণাটোত কোৱা হৈছে যে ই ইয়াৰ টাৰ্মিনে-৩ ব্যৱহাৰ কৰা যাত্ৰীৰ ঘৰৰ দুৱাৰমুখৰ পৰাই টালি-টোপোলা সংগ্ৰহ কৰিব।

এই নতুন সেৱা বিমানবন্দৰটোৰ টাৰ্মিনেল-১ আৰু টাৰ্মিনেল-২লৈও সম্প্ৰসাৰণ কৰা হ’ব, জি এম আৰ গ্ৰুপ নেতৃত্বাধীন দেলিহ ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট লিমিটেডৰ দ্বাৰা প্ৰেৰিত এটা প্ৰেছ বিজ্ঞপ্তিত কোৱা হয়।

“এই সেৱা বেংগালুৰু ভিত্তিক CarterX-ৰ সহযোগত আৰম্ভ কৰা হৈছে”, বিবৃতিটোত কোৱা হয়।

এই সুবিধা লাভ কৰিবলৈ হ’লে এজন যাত্ৰীয়ে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (National Capital Region) থকা তেওঁৰ ঘৰৰ পৰা টালি-টোপোলা আনিবৰ বাবে CarterX-ৰ ৱেবছাইট বা এপ বা কাউণ্টাৰৰ জৰিয়তে এটা বুকিং কৰিব পাৰে।

এইদৰে বুক কৰা প্ৰতিটো বেগত সহজ চিনাক্তকৰণৰ বাবে বাৰক’ড লগোৱা হ’ব আৰু সুকীয়া টেম্পাৰ-প্ৰতিৰোধী ছীলযুক্ত বেগত সুৰক্ষিত কৰি অনা হ’ব।

এয়াৰপ’ৰ্টত উপস্থিত হোৱাৰ পিছত যাত্ৰীসকলে তেওঁলোকৰ টালি-টোপোলাবোৰ ডিপাৰ্চাৰ ফ’ৰক’ৰ্ট এৰিয়াৰ পৰা সংগ্ৰগ কৰিব পাৰিব।

একেদৰে, যদি টালি-টোপোলাবোৰ এয়াৰপ’ৰ্টৰ পৰা নিব লগীয়া হয়, তেতিয়াও যাত্ৰীসকলে এই সেৱা অনলাইনতে বুক কৰিব পাৰিব বা টাৰ্মিনেল-৩-ত থকা বেগেইজ পিক-আপ আৰু ড্ৰপ কাউণ্টাৰত বুক কৰিব পাৰিব।

বৰ্তমানলৈকে টালি-টোপোলা ডেলিভাৰি দিল্লী/ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল, পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থান- এইকেইখন ঠাইত দিয়াৰ ব্যৱস্থা হৈছে।

টালি-টোপোলা অনা-নিয়াৰ এই সেৱাৰ বীমা কৰোৱা হ’ব, বিবৃতিটোত কোৱা হৈছে।

যিসকল যাত্ৰীয়ে এই সুবিধা ল’ব খোজে তেওঁলোকে টালি-টোপোলা অনা বা ডেলিভাৰি দিয়াৰ তাৰিখ, ফ্লাইটৰ তথ্য, ডেলিভাৰি স্থান আদিৰ তথ্য দিব লাগিব।

এই সেৱাৰ মাচুল দিয়াৰ পিছতে টালি-টোপোলাবোৰ নিৰ্দিষ্ট স্থানলৈ অনা হ’ব। যাত্ৰীসকলে নিজৰ টালি-টোপোলাৰ সঞ্চালন ফোন/ টেবলেটৰ জৰিয়তে অৱগত হৈ থাকিব পাৰিব, বিবৃতিটোত কোৱা হৈছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd