• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বড়োসকলৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰ সাজু; ডিচেম্বৰত হ’ব গুৰুত্বপূৰ্ণ ত্ৰিপাক্ষিক বৈঠক

১৯ নৱেম্বৰৰ বৈঠকত বড়ো প্ৰতিনিধিসকলক কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ আশ্বাস

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
November 20, 2018 7:55 am
১৯ নৱেম্বৰত অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদৰ দৃশ্য।

১৯ নৱেম্বৰত অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদৰ দৃশ্য।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘদিন ধৰি সজোৰে উত্থাপিত হৈ অহা বড়োসকলৰ সমস্যাবোৰৰ স্থায়ী সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছে। ১৯ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা এখন ত্ৰিপাক্ষিক বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বড়ো আন্দোলনৰ প্ৰতিনিধিসকলক এই প্ৰতিশ্ৰুতি দিয়ে।

সংবাদ মাধ্যমলৈ আলোচনাটোত অংশগ্ৰহণ কৰা বড়ো সংগঠন এবছু আৰু পি জে এ চি বি এম-এ প্ৰেৰণ কৰা এটা বিবৃতিত এই কথা জানিবলৈ দিছে।

Apply Now

নৰ্থ ব্লকত অনুষ্ঠিত আলোচনাটোত উপস্থিত থকা কেন্দ্ৰীয় চৰকাৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বড়ো প্ৰতিনিধিসকলক প্ৰতিশ্ৰুতি দিয়ে যে চৰকাৰৰ ভিতৰত তথা স্বাৰ্থজড়িত পক্ষবোৰৰ সৈতে বিষয়টো আলোচনা কৰাৰ পিছত অহা ডিচেম্বৰ মাহত তেওঁলোকক পুনৰ বৈঠকলৈ মতা হ’ব। “কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে আমাক পুনৰ ডিচেম্বৰত বৈঠকলৈ মতাৰ প্ৰতিশ্ৰুতি দিছে।” এবছুৰ সভাপতি প্ৰমোদ বড়োৱে কয়।

“আমি পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ পূৰ্বেই এটা সমাধান বিচাৰিছো। আজিৰ বৈঠকত আমি বড়ো জনজাতিসকলৰ ভূমিৰ সুৰক্ষা, সংস্কৃতি আৰু স্বকীয় পৰিচয়ৰ সুৰক্ষা আদি বিষয়বোৰ আলোচনা কৰিলো আৰু গৃহ মন্ত্ৰীজনে আমাক প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে।” প্ৰমোদ বড়োৱে কয়।

আলোচনাৰ কালত বড়ো প্ৰতিনিধিকেইজনে বড়োলেণ্ডৰ দাবীৰ কথা দোহৰা বুলি বিবৃতিটোত জানিবলৈ দিয়ে।

কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনাটোত এবছুৰ সভাপতি প্ৰমোদ বড়োকে ধৰি অন্যান্য প্ৰতিনিধি, পি জে এ চি বি এমৰ ৰাকেশ বড়ো আৰু গৰ্জন মুছাহাৰী আৰু দুজনকৈ প্ৰাক্তন সাংসদ ক্ৰমে য়ু জি ব্ৰহ্ম আৰু এছ কে বিচমুতিয়াৰি উপস্থিত আছিল।

ইফালে সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োৱে কয় যে তেওঁলোকে এইকেইদিন খবৰ ওলোৱাৰ দৰে কেন্দ্ৰীয় শাসিত পৰিষদ (য়ু টি চি)ৰ বিষয়ে কোনো আলোচনা কৰা নাছিল। “কিছু সংখ্যক সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ দৰে কেন্দ্ৰীয় শাসিত পৰিষদ (য়ু টি চি)ৰ বিষয়ে কোনো আলোচনা হোৱা নাছিল।” প্ৰমোদ বড়োৱে কয়। ইয়াক তেওঁ বড়ো আন্দোলনটো বিপথে পৰিচালিত কৰিব খোজা কোনো পক্ষৰ অপপ্ৰচাৰ বুলি কয়।

উল্লেখযোগ্য যে বড়োলেণ্ডৰ দাবীৰ এটা সমাধান সূত্ৰ হিচাপে বড়ো কেন্দ্ৰীয় শাসিত পৰিষদ (য়ু টি চি) গঠন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে বড়ো সংগঠনবোৰৰ এটা বুজাবুজি হোৱা বুলি দুদিনমান পূৰ্বে খবৰ প্ৰচাৰ হৈছিল। ইয়াকে লৈ সমগ্ৰ নামনি অসমত অবড়ো ৰাইজ, দল-সংগঠনৰ ক্ষোভৰ জুই দেখা গৈছিল। বন্ধ আহ্বানেৰে প্ৰতিবাদ কৰিছিল কোচ ৰাজবংশী সন্মিলনীয়ে।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am
সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

August 14, 2026 7:52 am
ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

August 14, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd