• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লী চৰকাৰক প্ৰশংসা কৰা জুবিন গাৰ্গক ধন্যবাদ জনালে মুখ্য মন্ত্ৰী কেজৰিৱালে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 4, 2020 12:16 pm

1 min read

Zubben Story

জুবিন আৰু দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱাল।

8.6k
VIEWS
Share on FacebookShare on Twitter

দিল্লী চৰকাৰৰ কামকাজক প্ৰশংসা কৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক শনিবাৰে ধন্যবাদ জ্ঞাপন কৰে দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে।

জুবিন গাৰ্গে দিল্লী চৰকাৰৰ কামৰ প্ৰশংসা কৰি মন্তব্যৰ বাবে দিল্লীৰ মুখ্য মন্ত্ৰীগৰাকী অভিভূত হৈছে।

কেজৰিৱালে নিজৰ টুইটত লিখিছে: ‘’ধন্যবাদ জুবিন গাৰ্গ, আমি যদি আমাৰ মৰমৰ দেশখনক উন্নতিৰ পথত আগুৱাই নিব পাৰো, আমি স্বাস্থ্য আৰু শিক্ষাক অভিযানৰ গতিৰে আগবঢ়াই নিব পাৰিম।‘’

Thank u @zubeengarg1 If we have to take our beloved country on the path of progress, we MUST tackle health and education in mission mode https://t.co/rWiK57UNF0

— Arvind Kejriwal (@ArvindKejriwal) January 4, 2020

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত জুবিন গাৰ্গে দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱাল আৰু দিল্লীৰ আম আদমী চৰকাৰখনৰ ৰাজহুৱাভাৱে প্ৰশংসা কৰিছিল।

দিল্লীত কেজৰিৱাল আৰু অআপৰ চৰকাৰখনে বহু কাম কৰা মই তাত প্ৰদৰ্শন কৰিবলৈ যাওতে দেখিছো বুলি জুবিনে অকপটে কেজৰিৱালৰ প্ৰশংসা কৰিছিল।

আনহাতে, বলীউদৰ আন এগৰাকী সংগীত শিল্পী বিশাল দাদলানিয়েও টুইটাৰত জুবিন আৰু কেজৰিৱালক প্ৰশংসা কৰিছে।

দাদলানিয়ে কয় যে প্ৰতিজন ভাৰতীয়ই প্ৰকৃততে নিজেই এইবোৰ দেখিছেই। মোৰ ভাতৃ জুবিনে এগৰাকী বিৰল মেগাষ্টাৰ যিয়ে মুকলিভাৱে ইয়াক কোৱাৰ সাহহ কৰিব পাৰে।

Recent News

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd