• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰক্ষকেই ভক্ষক : চাৰি গৰাকীকৈ মহিলাক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল খোদ আৰক্ষী উপ পৰিদৰ্শক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2020 9:20 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰি গৰাকী মহিলাক পৃথকে পৃথকে যৌন আতিশয্য চলাই গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হৈছে এজন আৰক্ষী উপ পৰিদৰ্শক।

শনিবাৰে চাৰিগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ অভিযুক্ত উপ পৰিদৰ্শক গৰাকীক।

Apply Now

ঘটনাটো সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীত।

ঘটনাৰ বিৱৰণীৰ মতে ১৭ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ পুৱা ৮ৰ পৰা ৯ বজাৰ ভিতৰত দক্ষিণ দিল্লীৰ দ্বাৰকা অঞ্চলত এখন ব’লেন’ গাড়ীৰে অহা এজন লোকে চাৰি গৰাকী মহিলাক পৃথকে পৃথকে অনুসৰণ কৰি অশ্লীল বাক্য প্ৰক্ষেপণেৰে যৌন আতিশয্য চলাই আহিছিল।

ইয়াৰ পিছতে চাৰিগৰাকী মহিলাই পৃথকে পৃথকে অভিযুক্তৰ বিৰুদ্ধে একেদিনাই আৰক্ষীৰ থানাত অভিযোগ দাখিল কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আৰক্ষীয়ে উপ আৰক্ষী পৰিদৰ্শকজনৰ বিৰুদ্ধে প্ৰটেকশ্যন অৱ চিল্ড্ৰেন ফ্ৰম ছেক্সুৱেল অফেনছ(POSCO)আইনৰ অধীনত গোচৰ ৰুজু কৰে।

এগৰাকী ভুক্তভোগীয়ে এটা ভিডিঅ’যোগে এই সমস্ত ঘটনাটো বিৱৰি কয়, “পুৱা মই চাইকেল চলাই থকাৰ সময়ত গ্ৰে’ ৰঙৰ পিছফালৰ গিলাছ ভঙা এখন গাড়ীয়ে মোক পিছ লোৱা লক্ষ্য কৰো। অলপ পিছতে চালকে গাড়ীখন মোৰ নীচেই কাষে কাষে চলাবলৈ ধৰিলে। মই তেওঁলৈ চোৱা নাছিলো। তেওঁ মোক কিবা ক’বলৈ ধৰিলে। মই তেওঁক আগবাঢ়িবলৈ ক’লো, কিন্তু তেওঁ আগ নাবাঢ়ি মোক অনুসৰণ কৰাত লাগিল।”

ভুক্তভোগী গৰাকীয়ে লগতে কয় যে লোকজনে দ্বাৰকাৰ চেক্টৰ ১৪ লৈ কোনদিশে যায় সেয়া সুধিলে আৰু লোকজনক তেওঁ কোন দিশে যায় ক’বলৈ লওঁতে পেন্টৰ চেইন খুলি মহিলাগৰাকীৰ আপত্তিজনক অংগবোৰত স্পৰ্শ কৰি যৌন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে।

“ক্ৰোধত মই তেওঁক তেনে কৰিবলৈ বাধা দি গুচি যাবলৈ ক’লো। মোৰ ওচৰে পাজৰে আৰু কোনো নাছিল। পথেৰে গাড়ীবোৰ দ্ৰুত গতিত গৈ আছিল। ইয়াৰ পিছত লোকজনে অশ্লীল কথা ক’বলৈ আৰম্ভ কৰি মোক যৌন উৎপীড়ণ চলাবলৈ বন্ধ কৰা নাছিল।” মহিলাগৰাকীয়ে ভিডিঅ’টোত কয়।

ইয়াৰ পিছতে তাতে কেইখন মান গাড়ী ৰখোৱা দেখি লোকজনে তাৰ পৰা পলয়ান কৰে বুলি জনায় ভুক্তভোগী এগৰাকীয়ে কয়।

চাৰি গৰাকীকৈ মহিলাৰ একে ধৰণৰ ঘটনাৰ অভিযোগ লাভ কৰি আৰক্ষীয়ে পুনৰাবৃত্তি হৈ থকা এই কাণ্ডটোৰ বাবে এক বিশেষ পৰিকল্পনাৰে তদন্ত আৰম্ভ কৰে।

সেই মৰ্মে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত ২০০টা চিচিটিভি সাজু কৰি ৰাখে আৰু লগতে ২০০জন আৰক্ষীৰ লোকক অঞ্চলটোত নিয়োগ কৰে।

২০০ আৰক্ষীৰ জোৱানৰ সহযোগত আৰু ২০০ চিচিটিভি ফুটেজ পৰীক্ষা কৰি এই ফুটেজৰ ভিত্তিতে আৰক্ষীয়ে অভিযুক্ত ৩৫ বছৰীয়া পুণিত গ্ৰেৱাল নামৰ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ উপ পৰিদৰ্শক গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd