• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৱশেষত পত্নীৰ নিৰ্যাতনৰ পৰা মুক্ত ‘গব্বৰ’! শিখৰ ধাৱনৰ বিবাহ বিচ্ছেদত আদালতৰ ছীল মোহৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2023 1:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত সকাহ পালে ভাৰতৰ তাৰকা ক্ৰিকেটাৰ শিখৰ ধাৱনে। তেওঁ আৰু আয়েশা মুখাৰ্জীৰ বিবাহ বিচ্ছেদৰ গোচৰটো বহুদিন ধৰি চলি আছিল। বুধবাৰে দিল্লীৰ পাৰিবাৰিক আদালতে এই বিবাহ বিচ্ছেদ গোচৰৰ ৰায়দান কৰে। শিখৰ ধাৱনৰ পত্নী আয়েশা মুখাৰ্জীয়ে দিনৰ পিছত দিন মানসিক নিৰ্যাতন চলাইছিল। এই কাৰণতে আদালতে শিখৰৰ বিবাহ বিচ্ছেদৰ আৱেদন মানি লয়।

পাটিয়ালা হাউছ কোৰ্টৰ ন্যায়াধীশ হৰিশ কুমাৰে ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱনৰ সকলো অভিযোগ সমৰ্থন কৰে। ধাৱনৰ পত্নীয়ে অভিযোগৰ বিৰোধিতা কৰা নাছিল বা আত্মপক্ষ সমৰ্থনত ব্যৰ্থ হৈছিল। ফলত শিখৰে এইবাৰ সকাহ লাভ কৰিলে।

শিখৰ ধাৱনৰ বিবাহ বিচ্ছেদ মঞ্জুৰ কৰাৰ সময়ত দিল্লীৰ পাটিয়ালা হাউচ কমপ্লেক্সৰ পাৰিবাৰিক আদালতে উল্লেখ কৰে যে শিখৰ ধাৱনৰ পত্নী আয়েশা মুখাৰ্জীয়ে তেওঁক বছৰ বছৰ ধৰি তেওঁলোকৰ একমাত্ৰ পুত্ৰৰ পৰা পৃথকে থাকিবলৈ বাধ্য কৰাইছিল। যাৰ ফলত শিখৰে মানসিক যন্ত্ৰণা সহ্য কৰিবলগীয়া হৈছিল।

Apply Now

লগতে পঢ়কঃ ‘সাতপাক অবিহনে হিন্দু বিবাহ অবৈধ’-মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

ন্যায়াধীশ হৰিশ কুমাৰে দেশৰ জ্যেষ্ঠ ক্ৰিকেটাৰ শিখৰৰ পত্নীৰ বিৰুদ্ধে বিবাহ বিচ্ছেদৰ আৱেদনৰ সকলো অভিযোগ মানি লয়। ইয়াৰ পূৰ্বে ধাৱনে তেওঁৰ বিবাহ বিচ্ছেদ আবেদনত কৈছিল যে তেওঁৰ পত্নীয়ে তেওঁক মানসিকভাৱে নিৰ্যাতন চলাইছিল।

ফেচবুকৰ জৰিয়তে পৰিচয় হোৱাৰ পিছত দুটি সন্তানৰ মাতৃৰ প্ৰেমত পৰিছিল শিখৰ ধাৱান। তেওঁ সেই প্ৰেমৰ পৰিণামো দিলে। ২০১২ চনত শিখৰে যেতিয়া আয়েশাক বিয়া কৰাইছিল তেতিয়া তেওঁৰ পত্নীৰ দুগৰাকী কন্যা সন্তান আছিল। পিছলৈ ২০১৪ চনত শিখৰ আৰু আয়েশাৰ পুত্ৰ জোৰাবৰৰ জন্ম হয়।

উল্লেখ্য যে আয়েশাই ২০২১ চনত ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁৰ আৰু শিখৰ ধাৱানৰ বিবাহ বিচ্ছেদৰ বিষয়ে সকলোকে অৱগত কৰিছিল।

লগতে পঢ়কঃৰাখে হৰি মাৰে কোনে! সৎকাৰ কৰাৰ পূৰ্বে জী উঠিল চিকিৎসকে মৃত বুলি ঘোষণা কৰা কেঁচুৱা

এইবাৰ শিখৰ আৰু আয়েশাৰ সন্তান কাৰ লগত থাকিব? এই সন্দৰ্ভত আদালতে কোনো প্ৰত্যক্ষ ৰায় নিদিলে। অৱশ্যে আদালতে শিখৰক অষ্ট্ৰেলিয়া আৰু ভাৰতত তেওঁৰ পুত্ৰক লগ কৰিবলৈ অনুমতি দিয়ে। একে সময়তে দিল্লী আদালতে শিখৰক ভিডিঅ’ কলৰ জৰিয়তে পুত্ৰৰ সৈতে কথা পাতিবলৈ অনুমতি দিছিল।

পাটিয়ালা আদালতৰ ন্যায়াধীশগৰাকীয়ে কয়, ‘আবেদনকাৰী এজন প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আৰু দেশৰ গৌৰৱ। যিহেতু তেওঁ দেশখনৰ প্ৰশাসন আৰু আইনী ব্যৱস্থাৰ সৈতে যোগাযোগ কৰিছে, সেয়েহে তেওঁক নিজৰ পুত্ৰক লগ কৰিবলৈ, ভিডিঅ’ কলৰ জৰিয়তে কথা পাতিবলৈ বা আংশিক বা সম্পূৰ্ণ জিম্মাত লোৱাৰ ক্ষেত্ৰত অধিক পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ সৈতে কথা পাতিবলৈ অনুৰোধ কৰা হৈছে।‘

লগতে পঢ়কঃছিকিমৰ বিধ্বংসী বানত ১৪ জনৰ মৃত্যু, ১০২ জন সন্ধানহীন; আবদ্ধ হৈ পৰিছে ৩ হাজাৰ পৰ্যটক

একে সময়তে ন্যায়াধীশগৰাকীয়ে কয় যে শিখৰ ধাৱনে নিজৰ কোনো দোষ নোহোৱাকৈয়ে বহু মানসিক নিৰ্যাতন সহ্য কৰিবলগীয়া হৈছিল। বছৰ বছৰ ধৰি সন্তানৰ পৰা আঁতৰি থাকিব লগা হৈছিল। যদিও অভিযোগ অস্বীকাৰ কৰি শিখৰৰ পত্নী আয়েশাই ভাৰততে থাকিব বুলি কৈছিল, কিন্তু দুগৰাকী কন্যাৰ প্ৰতি থকা দায়িত্বৰ বাবে তেওঁ সেয়া কৰিব নোৱাৰিলে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd