• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেচনেল হেৰাল্ডৰ গোচৰত বিৰাট সকাহ ছোনিয়া-ৰাহুলৰ! ইডিৰ যুক্তিয়ে নুশুনিলে আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2025 1:22 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল হেৰাল্ডৰ গোচৰত ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু আন পাঁচজন লোকৰ বিৰুদ্ধে বলবৎকাৰী সঞ্চালকালয়ে (ইডি) দাখিল কৰা ধন সৰবৰাহৰ গোচৰটোৰ যুক্তিয়েই নুশুনিলে দিল্লীৰ এখন আদালতে। অৱশ্যে এই বিষয়ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত অব্যাহত ৰাখিব পাৰে বুলি আদালতে জানিবলৈ দিয়ে।

নেশ্যনেল হেৰাল্ড গোচৰত ৰাহুল-ছোনিয়াৰ বিৰুদ্ধে দাখিল কৰা ধন সৰবৰাহৰ গোচৰটো ৰাজধানীৰ ৰাউছ এভিনিউ আদালতত দাখিল কৰা হৈছিল। ন্যায়াধীশ বিশাল গোগনীয়ে ইডিৰ যুক্তি নাকচ কৰি কয় যে অভিযুক্তৰ বিৰুদ্ধে ব্যক্তিগত পৰ্যায়ত ধন সৰবৰাহৰ অভিযোগ উত্থাপন কৰা হৈছে। আনকি কোনো এফ আই আৰও নাই। ফলত এই গোচৰটো গ্ৰহণযোগ্য নহয়।

Apply Now

ৰাহুল-ছোনিয়াৰ উপৰিও ইডিয়ে ধন সৰবৰাহৰ গোচৰত সুমন ডুবে, ছেম পিত্রোডা, সুনীল ভাণ্ডাৰী আৰু ইয়ং ইণ্ডিয়ান এণ্ড ডটেক্স মাৰ্চেণ্ডাইজৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। স্বাভাৱিকতে আদালতৰ এই মন্তব্য ৰাহুল-ছোনিয়াৰ বাবে এক সাময়িক সকাহ।

২০২১ চনৰ পৰাই ইডিয়ে নেশ্যনেল হেৰাল্ড গোচৰৰ তদন্ত আৰম্ভ কৰিছিল। বিজেপি নেতা সুব্ৰমণিয়ান স্বামীয়ে দাখিল কৰা গোচৰত আদালতৰ নিৰ্দেশৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল।

স্বামীয়ে অভিযোগ কৰিছিল যে ইয়ং ইণ্ডিয়াই এছ’চিয়েটেড জাৰ্নেল লিমিটেডৰ ২০০০ কোটি টকাৰ সম্পত্তি অবৈধভাৱে দখল কৰিছে, যাৰ শ্বেয়াৰহোল্ডাৰ আছিল ছোনিয়া আৰু ৰাহুলৰ লগতে আন বহুকেইজন।

নেশ্যনেল হেৰাল্ড কাকতখন প্ৰকাশ কৰিছিল এছ’চিয়েটেড জাৰ্নেল লিমিটেডে। সেয়ে এই গোচৰত আৰম্ভণিৰে পৰা কংগ্ৰেছ নেতৃত্ব জড়িত হৈ আছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও নেশ্যনেল হেৰাল্ডৰ গোচৰত ইডিয়ে কেইবাবাৰো ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক সোধা-পোছা কৰিছিল। নেশ্যনেল হেৰাল্ডৰ কাৰ্যালয়তো তালাচী চলাইছে। অৱশ্যে এই গোচৰত এতিয়ালৈকে কোনো শীৰ্ষ কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ হোৱা নাই। কিন্তু নেশ্যনেল হেৰাল্ডৰ সকলো তদন্ত ৰাজনৈতিক প্ৰতিশোধ বুলি কংগ্ৰেছে সদায় দাবী কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাক্তনৰ প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

প্ৰাক্তনৰ প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

August 6, 2026 7:00 am
অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাক্তনৰ প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

প্ৰাক্তনৰ প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

August 6, 2026 7:00 am
অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd