• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দিল্লী হত্যাকাণ্ড: প্ৰেয়সীৰ হত্যাত প্ৰেমিকক সহায় কৰিছিল খোদ পিতৃ তথা পৰিয়ালৰ আন সদস্যই!

২০২০ চনতে বিবাহপাশত আবদ্ধ হৈছিল নিকি আৰু চাহিল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2023 3:52 pm
Nikki Yadav murder case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৈনিক ন ন তথ্য উদঘাটন হৈছে দিল্লীৰ চাঞ্চল্যকৰ নিকি যাদৱ হত্যাকাণ্ডৰ। নিজৰ লিভ-ইন সংগীয়ে যুৱতীগৰাকীক হত্যা কৰি এখন ৰেষ্টুৰেণ্টৰ ফ্ৰীজৰ ভিতৰত ভৰাই থোৱা মৃতদেহ যোৱা মঙলবাৰে উদ্ধাৰ হোৱাৰ পিছত হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে চলাই থকা জোৰদাৰ তদন্তত শেহতীয়াকৈ এক নতুন তথ্য পোহৰলৈ আহিছে।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি নিকি যাদৱক হত্যা কৰাত তেওঁৰ প্ৰেমিক তথা হত্যাত অভিযুক্ত চাহিল গেহলটক তেওঁৰ পিতৃ তথা পৰিয়ানৰ আন সদস্যয়ো সহায় কৰিছিল। ইতিমধ্যে দিল্লী আৰক্ষীয়ে গেহলটৰ পিতৃৰ লগতে পৰিয়ালৰ আন তিনিগৰাকী সদস্য আৰু বন্ধু-বান্ধৱীকো গ্ৰেপ্তাৰ কৰিছে।

Apply Now

দিল্লী আৰক্ষীৰ এগৰাকী শীৰ্ষস্থানীয় আৰক্ষী বিষয়াই সংবা মাধ্যমৰ আগত উল্লেখ হত্যাকাণ্ডৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত কয়, “দিল্লী আৰক্ষীয়ে পাঁচ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। চাহিল গেহলটৰ পিতৃকো এই পৰিকল্পনাত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।”

ইফালে আৰক্ষীয়ে প্ৰকাশ কৰিছে আন এক চাঞ্চল্যকৰ খবৰ। দিল্লী আৰক্ষীৰ মতে, ২০২০ চনৰ অক্টোবৰ মাহত নয়ডাৰ মন্দিৰত বিবাহপাশত আবদ্ধ হৈছিল চাহিল আৰু নিকি। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চাহিলৰ পৰিয়াল এই সম্পৰ্কত মান্তি হোৱা নাছিল আৰু আন এগৰাকী যুৱতীৰ সৈতে চাহিলৰ বিবাহ ঠিক কৰি দিছিল।

কিন্তু নিকিয়ে কেতিয়াও জানিব পৰা নাছিল তেওঁৰ লিভ-ইন পাৰ্টনাৰ চাহিলৰ আন এগৰাকী যুৱতীৰ সৈতে এংগেজমেণ্ট হোৱাৰ কথা। আৰক্ষীৰ ভাষ্য মতে, চাহিলৰ এই নতুন বিয়াৰ এদিন পূৰ্বেহে এই কথা জানিব পাৰিছিল নিকিয়ে।

তদন্তৰ সময়ত আৰক্ষীয়ে নিকি যাদৱ দক্ষিণ-পশ্চিম দিল্লীৰ ভাড়াঘৰলৈ যোৱাৰ চিচিটিভি ফুটেজ উদ্ধাৰ কৰে। ৯ ফেব্ৰুৱাৰীৰ এই ভিডিঅ’টোত নিকি ভাড়াঘৰত অকলে থকা দেখিবলৈ পোৱা যায় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইফালে চাহিলে আনগৰাকী যুৱতীক বিয়া কৰাবলৈ যোৱাৰ সময়ত গাড়ীৰ ভিতৰতে প্ৰায় তিনি ঘণ্টা ধৰি দুয়ো কাজিয়াত লিপ্ত হৈছিল বুলি জানিব পৰা গৈছে। কাজিয়া তীব্ৰতৰ হোৱাৰ লগে লগে চাহিলে চাৰ্জিং কেবল ব্যৱহাৰ কৰি নিকিক ডিঙি চেপি হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তাৰ পিছতেই চাহিলে নিকিৰ মৃতদেহটো ঘটনাস্থলীৰ পৰা ৪০ কিলোমিটাৰ দূৰৈত থকা নিজৰ ধাবালৈ নি মৃতদেহটো টুকুৰা-টুকুৰ কৰি ফ্ৰীজত লুকুৱাই ৰাখে। হত্যাকাণ্ডৰ পিছদিনাই আনগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল চাহিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd