DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লালকিল্লা হিংসাৰ ‘ম’ষ্ট ৱাণ্টেড’ অভিযুক্ত মনিন্দৰ সিঙক আটক দিল্লী আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2021 10:38 am
168
VIEWS
Share on FacebookShare on Twitter

২৬ জানুৱাৰিত সংঘটিত হোৱা লালকিল্লাৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকা ‘ম’ষ্ট ৱাণ্টেড’ মনিন্দৰ সিঙক মঙলবাৰে আৰক্ষীয়ে আটক কৰে।

দিল্লী আৰক্ষীৰ এটা দলে মঙলবাৰে পিতামপুৰাৰ পৰা মনিন্দৰ সিঙক আটক কৰে।

আৰক্ষীয়ে মনিন্দৰ সিঙৰ স্বৰূপ নগৰৰ বাসগৃহৰ পৰা দুখন তৰোৱালো উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে।

অভিযুক্ত মনিন্দৰ সিঙক অধিক তথ্যৰ সন্দৰ্ভত বৰ্তমান জেৰা চলাই থকা গৈছে।

ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে লালকিল্লা হিংসাত জড়িত থকাৰ আন এগৰাকী অভিযুক্ত দিপ সিন্ধুকো আটক কৰিছিল।

উল্লেখযোগ্য যে, বিকৰ্তিত কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী কৃষক সকলে ২৬ জানুৱাৰিত দিল্লীত ট্ৰেক্টৰ ৰেলী উলিয়াইছিল।

উক্ত ট্ৰেক্টৰ ৰেলীৰ সময়ত প্ৰতিবাদী কৃষকৰ বহু সংখ্যক হিংসাত্মক হৈ পৰে আৰু লালকিল্লাত প্ৰৱেশ কৰি নিজৰ পতাকা উত্তোলন কৰে।

আৰক্ষীৰ সৈতেও বহু ঠাইত প্ৰতিবাদী কৃষক সকলে খণ্ড-যুদ্ধত লিপ্ত হয়।

Recent News

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd