• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সংসদৰ ঠেলা-ঠেলি ঘটনাৰ তদন্ত : অপৰাধ শাখাক অপৰ্ণ কৰিলে দিল্লী আৰক্ষীয়ে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 22, 2024 5:09 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদত ৰাহুল গান্ধীয়ে দুই বিজেপি সংসদক আঘাত কৰাৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ঘটনাৰ তদন্ত দিল্লী অপৰাধ শাখাৰ হাতত অৰ্পণ কৰা হৈছে। ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে সাতজনীয়া তদন্তকাৰী দল। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

Apply Now

সংসদত সংবিধান নিৰ্মাতা বাবাছাহেব আম্বেদকাৰক লৈ অমিত শ্বাহে প্ৰদান কৰা বিতৰ্কিত মন্তব্যৰ পিছত মঙলবাৰে এই ঘটনাৰ আৰম্ভণি হয়।

লোকসভাৰ শীতকালীন অধিৱেশনত সংবিধান সন্দৰ্ভত এক বিতৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে যে, “এতিয়া এটা ফেশ্বন, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ…… ইমানবাৰ প্ৰভুৰ নাম স্মৰণ কৰিলে সাতটা জন্মৰ বাবে স্বৰ্গলৈ যাব। তেওঁ আৰু কয়, ‘জৱাহৰলাল নেহৰুৰ সৈতে আম্বেদকাৰৰ বহু মতানৈক্য আছিল। সেইবাবেই তেওঁ নেহৰুৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল।

এই মন্তব্যৰ পিছত বুধবাৰৰ পৰা কাৰ্যতঃ উত্তপ্ত হৈ পৰে সংসদ। কংগ্ৰেছকে ধৰি বিৰোধীয়ে অমিত শ্বাহক আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি পদত্যাগ দাবী কৰে। বৃহস্পতিবাৰে এই প্ৰতিবাদ শাৰীৰিক সংঘৰ্ষলৈ ৰূপান্তৰিত হয়।

সংসদৰ মূল দুৱাৰ মকৰ দ্বাৰৰ সমীপত বিজেপিৰ সাংসদসকলৰ সৈতে বিৰোধীয়ে বাকযুদ্ধত লিপ্ত হয়। অভিযোগ অনুসৰি সেই সময়ত বিজেপিৰ সাংসদ প্ৰতাপ শাৰংগী আৰু মুকেশ ৰাজপুতক ৰাহুল গান্ধীয়ে শাৰীৰিকভাবে আক্ৰমণ কৰে। বৰ্তমান দুয়োজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইয়াৰ পিছতে বিজেপিৰ সাংসদ বনছুৰী স্বৰাজ, হেমাং যোশী আৰু অনুৰাগ ঠাকুৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে ষ্ট্ৰীট থানাত এজাহাৰ দাখিল কৰে। জানিব পৰা মতে ভাৰতীয় ন্যায় সংহিতাৰ ১১৭, ১১৫, ১২৫, ১৩১, ১৫১ আৰু ৩(৫) ধাৰাত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

শুকুৰবাৰৰ পৰা দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে এই গোচৰৰ তদন্ত আৰম্ভ কৰে। এই গোচৰৰ তদন্তৰ বাবে আৰক্ষীয়ে বিশেষ দল গঠন কৰিছে। সেই দলটোত আছে দুজন সহকাৰী আৰক্ষী আয়ুক্ত, দুজন পৰিদৰ্শক, তিনিজন উপ পৰিদৰ্শক। এই ৭ জনীয়া দলটোৱে তদন্তৰ প্ৰতিবেদন পোনপটীয়াকৈ আৰক্ষী উপ আয়ুক্তক দাখিল কৰিব।

সূত্ৰ অনুসৰি আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে।

ইফালে কংগ্ৰেছেও বিজেপিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁলোকৰ মতে, বিজেপিৰ সাংসদসকলৰ ঠেলাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আঘাতপ্ৰাপ্ত হয়। দিল্লী আৰক্ষীৰ অপৰাধ শাখাই জনাইছে যে কংগ্ৰেছৰ এই অভিযোগৰো তদন্ত কৰা হ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd