• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Kartavya Path: দিল্লীৰ ৰাজপথ আৰু চেন্ট্ৰেল ভিষ্টা লনৰ নাম সলনি কৰিলে মোডী চৰকাৰে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 6, 2022 10:45 am
216
VIEWS
Share on FacebookShare on Twitter

Rajpath and Central Vista lawns to be renamed  পুনৰ নাম সলনিৰ জোৱাৰ! এইবাৰ দিল্লীৰ ৰাজপথ আৰু কেন্দ্ৰীয় ভিষ্টা লনৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। সোমবাৰে কেন্দ্ৰই কয় যে বিখ্যাত পথটো এতিয়া কৰ্তব্য পথ হিচাপে জনাজাত হ’ব।

নাম সলনিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত মঙলবাৰে এখন বিশেষ সভাও অনুষ্ঠিত হোৱাৰ কথা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসত দেশবাসীক এক বিশেষ বাৰ্তা প্ৰদান কৰিছিল। তেওঁ কৈছিল যে ঔপনিৱেশিক মানসিকতাৰ পৰা ওলাই অহাৰ সময় আহি পৰিছে। সেই ভাষণত তেওঁ ব্ৰিটিছ কালত কৰা বিভিন্ন বস্তুৰ আৱৰণ সলনি কৰাৰ ইংগিত দিছিল।

লগতে পঢ়ক: দিল্লীত পুনৰ অপাৰেছন লোটাছৰ কুচকাৱাজ বিজেপিৰ! আজি সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি মুৰ্মুক

শেহতীয়াকৈ দেশৰ নৌসেনাক নতুনকৈ গঢ়ি তোলা হৈছে। ভাৰতীয় নৌসেনাৰ পতাকাত পৰিৱৰ্তন অনা হৈছে। মাৰাঠা নায়ক ছত্ৰপতি শিৱাজীৰ ‘ৰাজমুদ্ৰা’ই নৌসেনাৰ পতাকাত ব্ৰিটিছ যুগৰ প্ৰতীক ছেইণ্ট জৰ্জ ক্ৰছৰ স্থান লৈছে।

কেন্দ্ৰই কৈছে যে নেতাজীৰ প্ৰতিমূৰ্তিৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ যোৱা গোটেই পথটো ‘কৰ্তব্যৰ পথ’ হিচাপে পুনৰ নামকৰণ কৰা হ’ব। দিল্লীৰ চেণ্ট্ৰেল ভিষ্টা এভিনিউ পুনৰ এটা নতুন ৰূপত মুকলি হ’বলৈ গৈ আছে।

লগতে পঢ়ক: অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি; ডাইনী সন্দেহত তিনিগৰাকী মহিলাক প্ৰহাৰ কৰি হত্যা

বৰ্তমান ইণ্ডিয়া গেটৰ সন্মুখৰ ৰাস্তা ৰূপ সলনি হৈছে। জানিব পৰা গৈছে যে নতুন ৰাজপথটো ৮ ছেপ্টেম্বৰত ৰাইজৰ বাবে মুকলি কৰা হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd