• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“যিমানেই হেঁচা নাহক আমি সিদ্ধান্তত অটল”, CAA সন্দৰ্ভত প্ৰধান মন্ত্ৰী মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2020 6:14 pm
PM Modi in Varanasi
435
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী মোদীয়ে আজি স্পষ্ট ভাষাৰে কয় যে দেশজুৰি আন্দোলন সত্ত্বেও CAA-ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি নলৰে।

“যিমানেই হেঁচা নাহক আমি সিদ্ধান্তত অটল”, আজি বাৰাণসীত এটা কাৰ্য্যসূচীত উপস্থিত থকা মোদীয়ে কয়।

তেওঁ এখন জনসভাত সম্বোধন কৰে আৰু কয় যে অনুচ্ছেদ ৩৭০ বাতিল, নাগৰিকত্ব (সংশোধন) আইন এইবোৰ দেশৰ হিতৰ কাৰণে কৰা হৈছে আৰু এইবোৰ বহু বছৰ ধৰি নকৰাকৈ পৰি আছিল।

দেশজোৰা গণতান্ত্ৰিক প্ৰতিবাদলৈ সমূলি আওকাণ প্ৰকাশ পোৱা প্ৰধান মন্ত্ৰী আজিৰ মন্তব্যৰ সৈতে গৃহ মন্ত্ৰী অমিত শ্বাহৰ কেইদিন মানৰ পূৰ্বৰ বক্তব্যৰ সম্পূৰ্ণ মিল দেখা গৈছে।

শ্বাহে জানুৱাৰিত যোধপুৰত এটা সমাৱেশত মন্তব্য কৰিছিল যে নাগৰিকত্ব (সংশোধন) আইনৰ সন্দৰ্ভত চৰকাৰ আগৰ স্থিতিতে অটল, এই ক্ষেত্ৰত এক ইঞ্চিও বিচলিত নহয়।

উল্লেখ কৰিব পাৰি যে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূবত আৰু বিশেষভাৱে অসম আৰু ত্ৰিপুৰাত নাগৰিকত্ব (সংশোধন) আইনখন বাতিলৰ দাবীত তীব্ৰ ৰূপত গণতান্ত্ৰিক আন্দোলন অব্যাহত আছে।

যোৱা ডিচেম্বৰত কেন্দ্ৰৰ বিজেপি চৰকাৰে বিতৰ্কিত আইনখন আনিছিল আৰু এইখনৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা অমুছলমান ৫টা সম্প্ৰদায় (হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী, খ্ৰীষ্টান)ৰ লোকসকলক বিনাচৰ্তে নাগৰিকত্ব দিয়াৰ দিহা কৰা হৈছে।

প্ৰধান মন্ত্ৰী মোদীয়ে আজিৰ ভাষণত অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ কামো ন্যাসে সময়মতে সমাপন কৰিব বুলিও আশা প্ৰকাশ কৰে।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd