• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ ৩ টকাত ৰুটি, ১০০ টকাত চিকেন বিৰিয়ানী! নতুন সংসদ ভৱনৰ কেন্টিনত খাদ্যৰ দাম কিমান?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 23, 2023 11:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰৰ পৰা পুৰণি ঐতিহাসিক সংসদ ভৱনত নহয়, নতুন সংসদ ভৱনত আৰম্ভ হয় বিশেষ অধিৱেশন। এতিয়াৰে পৰা নতুন সংসদ ভৱনতে কাম-কাজ অব্যাহত থাকিব। নতুন সংসদলৈ কাৰ্য্যবিধি হস্তান্তৰ সন্দৰ্ভত সংসদত উত্তপ্ত আলোচনা চলি আছে। নতুন সংসদ ভৱনটো কিমান চমকপ্ৰদ আৰু নতুন সংসদ ভৱনৰ কাম কেনেকুৱা হ’ব সেই বিষয়ে কোৱা হৈছে।

দেশৰ সংসদৰ কথা যেতিয়াই চৰ্চা হয়, সংসদৰ কেণ্টিনত খাদ্যৰ দামৰ কথাও প্ৰায়ে চৰ্চা হয়। সংসদৰ কেন্টিনত অতি সস্তাত খাদ্য পোৱা যায় আৰু ইয়াৰ মূল্যক লৈ ছ’চিয়েল মিডিয়াত বিতৰ্ক চলি আছে। সংসদৰ কেন্টিনত কিমান টকাত কি খাদ্যৰ ব্যৱস্থা আছে?

লগতে পঢ়ক: Chandrayaan-3: নিদ্ৰা ভঙা নাই বিক্ৰম-প্ৰজ্ঞানৰ, পোৱা নাই সংকেত; হাৰ মানিবলৈ সাজু নহয় ইছৰো

Apply Now

উল্লেখ্য যে ২০২১ চনত সংসদৰ কেন্টিনৰ মূল্য তালিকাত পৰিৱৰ্তন ঘটিছিল। ভাৰত পৰ্যটন উন্নয়ন নিগমে ২০২১ চনত কেণ্টিনৰ মূল্য সলনি কৰি বহু খাদ্যৰ মূল্য বৃদ্ধি কৰে। উদাহৰণস্বৰূপে, আগতে ৰুটিৰ দাম ২ টকা আছিল, যিটো পিছলৈ ৩ টকালৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ উপৰিও কুকুৰা আৰু ছাগলীৰ মাংসৰ প্ৰকৰণৰ দামো বৃদ্ধি কৰা হৈছে।

ইয়াত যেনে আলু বন্দা ১০ টকা, ৰুটি ৩ টকা, দৈ ১০ টকা, দোছা ৩০ টকা, লেমন ৰাইচ ৩০ টকা, মাটন বিৰিয়ানী ১৫০ টকা, চিকেন বিৰিয়ানী ১০০ টকা, মাটন কাৰী ১২৫ টকা, অমলেট ২০ টকা, খীৰ ৩০ টকা, উপমা ২৫ টকা, চূপ ২৫ টকা, চামোছা ১০ টকা, কচুৰী ১৫ টকা, পনীৰ পকোৰা ৫০ টকাত উপলব্ধ।

লগতে পঢ়ক: জিমত ৱৰ্কআউট কৰাৰ সময়ত কিয় হাৰ্ট এটেক হয়? মৃত্যুৰ আশংকাৰ পৰা হাত সাৰিবলৈ কি কৰিব?

সংসদত লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ বাবে কেন্টিনত সস্তা খাদ্যক লৈ বিতৰ্ক ক্ষান্ত হোৱা নাই। বহুবাৰ এই প্ৰশ্ন উত্থাপন হৈছে যে কিয় দেশৰ আইন প্ৰণেতাসকলৰ বাবে এই বিশেষ ব্যৱস্থা।

নতুন বছৰত এই বিতৰ্কৰ অন্ত পেলোৱাৰ পথত আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰে। লোকসভাৰ অধ্যক্ষ ওম বিড়লাই ইয়াৰ পূৰ্বেও ইংগিত দিছিল যে খাদ্যৰ দাম বৃদ্ধি হ’ব। ৰাজসাহায্য উঠি যাব।

লগতে পঢ়ক: ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ১ নং দল ভাৰত! অষ্ট্ৰেলিয়াক হৰুৱাই বিৰল অভিলেখ টীম ইণ্ডিয়াৰ

শেহতীয়াকৈ সংসদৰ কেণ্টিনত খাদ্যৰ নতুন ৰেট কাৰ্ড মুকলি কৰা হৈছে। য’ত ৩ টকাৰ পৰা ৭০০ টকালৈকে খাদ্যৰ সম্ভাৰ অন্তৰ্ভুক্ত কৰা হৈছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd