• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মোৰ জীৱন ধ্বংস কৰিলে’- বৈষম্য আৰু চৰকাৰী বাধাৰ বাবে নিজ হাতে গঢ়া কোম্পানী বিকি ছুইডেন এৰিলে ভাৰতীয়ই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2026 9:22 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছুইডেনত মাত্ৰ ছমাহৰ ভিতৰতে এটা সফল ষ্টাৰ্টআপ গঢ়ি তুলি ভাৰতীয় উদ্যোগী অভিজিৎ নাগ বালাসুব্ৰমণ্যমে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। খাদ্য সুৰক্ষাৰ দিশত কাম কৰা তেওঁৰ এই প্ৰতিষ্ঠানে স্থানীয় লোকৰ বাবে সংস্থাপনৰ সুযোগো সৃষ্টি কৰিছিল। কিন্তু অতি দুখৰ বিষয় যে মাত্ৰ এঘাৰ মাহৰ ভিতৰতে তেওঁ নিজৰ ব্যৱসায় বিক্ৰী কৰি ভাৰতলৈ উভতি আহিবলৈ বাধ্য হৈছে। ইয়াৰ আঁৰত ছুইডেনৰ প্ৰব্ৰজন বিভাগৰ কঠোৰ নীতি আৰু বিদেশীসকলৰ প্ৰতি থকা বৈষম্যমূলক মনোভাৱক জগৰীয়া কৰা হৈছে। ছুইডেন চৰকাৰে শেহতীয়াকৈ নাগৰিকত্ব আৰু ভিছাৰ নিয়মসমূহ অধিক কঠোৰ কৰি তোলাৰ ফলতে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।

অভিজিতে ছ’চিয়েল মিডিয়া লিংকডইনৰ এটা পোষ্টৰ জৰিয়তে নিজৰ দুখ আৰু ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ স্পষ্টকৈ কয় যে তেওঁ নিজৰ ইচ্ছাত দেশখন এৰি অহা নাই, বৰঞ্চ ছুইডেনৰ প্ৰব্ৰজন সংস্থা মাইগ্ৰেচনছভাৰকেটৰ অযোগ্যতা আৰু শত্ৰুতামূলক আচৰণৰ বাবেহে তেওঁ এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে। তেওঁৰ মতে এই প্ৰতিষ্ঠানটোৱে আৱাস আৰু কৰ্ম অনুমতিৰ ক্ষেত্ৰত যিবোৰ বাধাৰ সৃষ্টি কৰিছিল, সেয়া এজন বিদেশী উদ্যোগীৰ বাবে অতি অপমানজনক আছিল। হাইড্ৰ’ স্পেচ ছুইডেন এ বি নামৰ তেওঁৰ কোম্পানীটোৱে স্থানীয় গ্ৰাহকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছিল যদিও চৰকাৰী মেৰপেঁচত তেওঁৰ সপোনবোৰ থানবান হৈ পৰিল।

Apply Now

প্ৰব্ৰজন বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি অভিজিতে কয় যে তেওঁলোকৰ কোনো ব্যৱসায়িক জ্ঞান নাই। নথিপত্ৰ পৰীক্ষাৰ নামত তেওঁক হাৰাশাস্তি কৰা হৈছিল আৰু কোনো ধৰণৰ স্পষ্ট নিৰ্দেশনা দিয়া হোৱ নাছিল। তেওঁৰ আবেদন প্ৰত্যাখ্যান কৰাৰ কাৰণসমূহো বাৰে বাৰে সলনি কৰা হৈছিল। ছুইডেনে নিজকে বিশ্বৰ প্ৰতিভাৰ বাবে এখন মৰমিয়াল দেশ বুলি প্ৰচাৰ কৰিলেও বাস্তৱত ইয়াৰ সম্পূৰ্ণ ওলোটা ছবিহে তেওঁ প্ৰত্যক্ষ কৰিলে। এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে তেওঁক মানসিকভাৱে ইমানেই ভাগৰুৱা কৰি তুলিছিল যে তেওঁৰ স্বাস্থ্যৰো অৱনতি ঘটিছিল।

বৰ্তমান ছুইডেনত নিৰ্বাচনৰ প্ৰাকক্ষণত অনুপ্ৰৱেশকাৰী বিৰোধী আৱেগ বৃদ্ধি পাইছে। চৰকাৰে নাগৰিকত্বৰ বাবে থকা সময়সীমা পাঁচ বছৰৰ পৰা আঠ বছৰলৈ বৃদ্ধি কৰিছে আৰু ভাষাৰ পৰীক্ষা বাধ্যতামূলক কৰিছে। এনে এক বিৰূপ পৰিৱেশত এজন বিদেশী উদ্যোগী হিচাপে আইনী যুঁজ চলাই যোৱাৰ শক্তি বা ইচ্ছা অভিজিতৰ বাকী থকা নাই। সেইবাবেই তেওঁ মানসিক শান্তিৰ বাবে নিজৰ ব্যৱসায় বিক্ৰী কৰি ভাৰতলৈ উভতি অহাৰ সিদ্ধান্ত ল’লে। এই ঘটনাই এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছুইডেনৰ ব্যৱসায়িক পৰিৱেশৰ ওপৰত এক ডাঙৰ প্ৰশ্নচিহ্ন থিয় কৰাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd