DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 12, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধ্বংসী অগ্নিকাণ্ড; জুইত জাহ গ’ল আইজলৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বহু অংশ

এন ই নাও নিউজ, আইজল by এন ই নাও নিউজ, আইজল
December 17, 2021 9:58 am
WhatsApp Image 2021-12-17 at 9.40.39 AM
123
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে পুৱতি নিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় মিজোৰামৰ ৰাজধানী চহৰ আইজলৰ উপায়ুক্তৰ কাৰ্যালয়ত।

শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩বাজি ১৫ মিনিটত সংঘটিত হয় এই অগ্নিকাণ্ড।

আইজলৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বেছিভাগ অংশই জুইত সম্পূৰ্ণৰূপে জাহ যায়।

অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিৰবাপিত কৰে।

Also Read: বিপদত পৰিল যৌন নিৰ্যাতনৰ বিষয়ত বিতর্কিত ‘নো স্কিন টু স্কিন কন্টেক্ট’ ৰায় দিয়া ন্যায়াধীশ গেনেডিৱালা

অগ্নিকাণ্ডৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই।

আনহাতে, শ্বট শ্বাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

•Fire broke at the office of the Aizawl District commissioner around 3:15 this morning.
•Tukin zing dar 3:15 vel Khan Aizawl DC Office chu nasa takin a kang. pic.twitter.com/OSFx3ZUJ5j

— DD News Mizoram (@DDNewsMizoram) December 17, 2021

উল্লেখ্য যে বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা আইজল পৌৰ নিগমৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ ইভিএমসমূহ উপায়ুক্তৰ কাৰ্যালয়ত ৰখা হৈছিল। 

Recent News

Russia-Ukraine War: ইউক্ৰেইনৰ পাৰমাণৱিক কেন্দ্ৰত পুনৰ একাধিক বিস্ফোৰণ

Russia-Ukraine War: ইউক্ৰেইনৰ পাৰমাণৱিক কেন্দ্ৰত পুনৰ একাধিক বিস্ফোৰণ

Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

অসমীয়াৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ: ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

অসমীয়াৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ: ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd