• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ দেৱেন্দ্ৰ ফাড়নবিছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2024 6:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু উত্থান-পতন অতিক্ৰম কৰি বৃহস্পতিবাৰে বিয়লি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’ল বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিছ। শিৱসেনাৰ নেতা একনাথ সিন্দেই শেষ মুহূৰ্তত শপত গ্ৰহণ কৰি উপ-মুখ্যমন্ত্ৰীৰ পদৰ বাবে থকা জল্পনা-কল্পনাৰ অন্ত পেলাই, সংগ দিয়ে এনচিপিৰ অজিত পাৱাৰে। মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ শীৰ্ষ নেতা আৰু মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। ৰাজ্যপাল চিপি ৰাধাকৃষ্ণনে ফাড়নাবিছক শপত গ্ৰহণ কৰোঁৱায়।

প্ৰসংগক্ৰমে কালি বুধবাৰে বিজেপিৰ মূল সমিতিৰ বৈঠকত বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয় দেৱেন্দ্ৰ ফাড়নবিছ। বিয়লি ৰাজ্যপালক সাক্ষাৎ কৰি ফাড়নবিছে চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।

Apply Now

নাগপুৰৰ কাউন্সিলাৰৰ পৰা তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনলৈঃ
দেৱেন্দ্ৰ ফাড়নবিছৰ জীৱনত একেবাৰে চিনেমাৰ দৰে উত্থান। মাত্ৰ ৫৪ বছৰীয়া জীৱনৰ ৰাজনৈতিক উত্থান-পতন অতিক্ৰম কৰি বুদ্ধিৰে বাটত বিভিন্ন কাঁইট আঁতৰাই পুনৰ মুখ্যমন্ত্ৰীৰ আসনত আসীন হয়।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনৱীছ কোন?

ইন্দিৰা গান্ধীৰ জৰুৰীকালীন সময়ত তেওঁৰ পিতৃক তদানীন্তন কংগ্ৰেছ চৰকাৰে জেলত ভৰাইছিল। যিয়ে কিশোৰ দেৱেন্দ্ৰৰ ওপৰত তিক্ত ছাপ পেলাইছিল। নাগপুৰৰ মধ্যবিত্ত পৰিয়ালত জন্ম। ছাত্ৰ বয়সৰ পৰাই তেওঁ ৰাজনীতিত যোগদান কৰিছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য হিচাপে ৰাজনীতিত জড়িত।

১৯৮৯ চনত ২২ বছৰ বয়সত কনিষ্ঠতম কাউন্সিলাৰ হিচাপে পৰিগণিত হোৱা দেৱেন্দ্ৰ ২৭ বছৰ বয়সত নাগপুৰৰ আটাইতকৈ কম বয়সীয়া মেয়ৰ হয়। ইন্দিৰা শাসনৰ সময়ত পিতৃ গংগাধৰ ৰাও ফাড়নবিছ জেলত থকাৰ বাবে দেৱেন্দ্ৰই খঙত ইন্দিৰা কনভেণ্ট স্কুল এৰি সৰস্বতী বিদ্যালয় নামৰ নতুন স্কুলত যোগদান কৰে। আইন বিষয়ত স্নাতক হোৱাৰ পাছত তেওঁ বিজনেছ মেনেজমেণ্ট কৰিছিল। ৰাজনীতিৰ আৰম্ভণিতে দেৱেন্দ্ৰৰ কাম আছিল পোষ্টাৰ আঁকি দিয়া আৰু দেৱালত লিখা। একেৰাহে দুবাৰকৈ নাগপুৰৰ মেয়ৰ হৈছিল। ২০১৪ চনত তেওঁ ৰাজ্যৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে ৰাজপাট দখল কৰে।

উল্লেখ্য যে এইবাৰ ৰাজ্যৰ ১৪৯খন আসনত যুঁজ দি বিজেপিয়ে ১৩২খন আসনত জয়লাভ কৰে। যিটো ৰাজ্যখনৰ ইতিহাসত সৰ্বোচ্চ। লগতে কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিৱসেনাই ৫৭খন আসন আৰু অজিত পাৱাৰৰ এনচিপিয়ে ৪১খন আসন লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd