• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঙালী বিহুৰে বতৰ : বিহুৰ বতৰত কান্ধত ঢোল লৈ ঢুলীয়াৰ ৰূপত আৰক্ষী সঞ্চালক প্ৰধান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 5, 2019 5:44 pm
05-05-19 Guwahati- Assam Police Bohagi Utshav (5)

বিহু 'ঢ়ুলীয়া' ৰূপত দেওবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কূলধৰ শইকীয়া। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়াৰ সংস্কৃতি বুলি ক’লেই প্ৰথমে মনলৈ আহে বাপতি সাহোন ৰঙালী বিহুটিৰ কথা। অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ এই বিহুৰ বতৰত আটাইৰে মন থৌকি বাথৌ। বহু ব্যস্ততাৰ মাজতো সকলোৱে বিলীন হোৱাৰ চেষ্টা কৰিছে ৰঙালীৰ ৰঙত।

এই ক্ষেত্রত ব্যতিক্ৰম নহয় অসম আৰক্ষীৰ আটাইতকৈ গধূৰ দায়িত্বত থকা আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াও। এগৰাকী বিশিষ্ট সাহিত্যিক হিচাপে পৰিচয় থকা শইকীয়াক আজি দেখা গ’ল সম্পূৰ্ণ পৰম্পৰাগত সাজ পৰিহিত এগৰাকী বিহুৱা ৰূপত। অপৰিসীম ব্যস্ততাৰ মাজতো সময় উলিয়াই শইকীয়াই কান্ধত ঢোল লৈ কিছু পলকৰ বাবে হৈ পৰিল ‘ঢুলীয়া।‘

Apply Now

উল্লেখ্য যে, উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ ১ নং আৱাসিক এলেকাত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ৫ আৰু ৬ মে’ত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ‘অসম আৰক্ষী বহাগী উৎসৱ-২০১৯।‘ অনুষ্ঠানৰ প্ৰথম কাৰ্য্যসূচী হিচাপে পতাকা উত্তোলনৰ উত্তোলক হিচাপে অংশগ্ৰহণ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

তাৰ পাছতেই পতাকা উত্তোলন কাৰ্য্যসূচীৰ পৰা বাহিৰ কৰা হয় এক সমদল। সমদলৰ অন্তত মুকলি বিহু প্ৰদৰ্শনৰ আগে আগে শইকীয়াক কান্ধত ঢোল হৈ বিহু মৰা দেখিবলৈ পোৱা গ’ল। শইকীয়াৰ লগত সহযোগ কৰে আৰক্ষীৰ অন্য উচ্চ পৰ্য্যায়ৰ বিষয়াসকলে। শইকীয়াৰ ঢোল বজোৱা দৃশ্যই অভিভূত কৰে উপস্থিত অন্যান্য দৰ্শকসকলকো।

তদুপৰি আজি সন্ধিয়া ৬ বজাৰ পৰা আৰক্ষী আৱাসিক এলেকাৰ পৰিয়ালবৰ্গৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপ আৰু মাধুৰী গগৈৰ সংগীতানুষ্ঠান আছে। কাইলৈয়ো সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান। কাইলৈ অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হ’ব জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ গীতৰ শৰাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd