• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত মন্ত্ৰীৰ কনভয়ৰ খুন্দাত যুৱকৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে: ডিজিপি জিপি সিং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2024 3:23 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে বৃহস্পতিবাৰে কয় যে এজন মন্ত্ৰীৰ কনভয়ৰ বাহনৰ সৈতে সংঘটিত দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।

ডিজিপিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি দিছপুৰ আৰক্ষী থানাত এটা গোচৰ (নং ১৯৮/২৪) ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে।

বাহনখনৰ চালক (এখন মহিন্দ্ৰা বলেৰো)ৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ বাবে গোচৰৰ তদন্ত চলি থকা বুলিও তেওঁ কয়।

Apply Now

তেওঁ লগতে কয় যে দুৰ্ঘটনাটোৰ সৈতে জড়িত বাহনখন অধিক তদন্তৰ বাবে জব্দ কৰা হৈছে আৰু যান বাহন আইনৰ অধীনত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ কৰা হৈছে।

লগতে পঢ়কঃ বিয়াৰ পিছত আশীৰ্বাদ বিচাৰি কামাখ্যা মন্দিৰত বলীউদ তাৰকা ৰাকুল প্ৰীত আৰু জেকী ভগনানী

অৱশ্যে তদন্তৰ কথা ঘোষণা কৰাৰ সময়ত মন্ত্ৰীগৰাকীৰ কনভয় সন্দৰ্ভত একো মন্তব্য় কৰা নাই শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে।

উল্লেখ্য যে যোৱা দেওবাৰে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত এজন ৩০ বছৰীয়া যুৱক নিহত হোৱাৰ লগতে আন এজন আহত হয়।

মঙলবাৰে পোহৰলৈ অহা গুৱাহাটীৰ খানাপাৰা অঞ্চলত দেওবাৰে নিশা এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

Reference Road Traffic Accident leading to death at Six mile – Sri Rupam Jyoti Borah lost his life in the said RTA. A case vide Dispur PS Case Number 198/24 was registered and is being investigated for lawful action against the driver of the vehicle. The Bolero Vehicle involved… pic.twitter.com/5M2KNUh0Ew

— GP Singh (@gpsinghips) March 7, 2024

ক্ৰছকাৰেণ্টৰ বাতৰি অনুসৰি, গুৱাহাটীৰ এপ’ল’ হাস্পতালত চিকিৎসাৰ সময়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় ৰূপম বৰা নামৰ যুৱকজনৰ।

দেওবাৰে নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হোৱা দুৰ্ঘটনাটোত বাইক চলাই থকা ভুক্তভোগী বৰা গুৰুতৰভাৱে আহত হৈছিল।

লগতে পঢ়কঃএজন ব্যক্তিয়ে ২১৭ বাৰ গ্ৰহণ কৰিছিল কৰ’নাৰ ভেকচিন! তাৰ পিছত কি হ’ল?

খবৰ অনুসৰি বৰাৰ মটৰ চাইকেলখন মন্ত্ৰী পিজুশ হাজৰিকাৰ কনভয়ৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰা বলেৰ’ বাহনে খুন্দা মাৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd