• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

MDH মছলাৰ প্ৰতিষ্ঠাপক ‘মহাশয়’ ধৰ্মপাল গুলাটীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2020 9:19 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মছলাৰ ৰজা আৰু এমডিএইচ মছলাৰ স্বত্বাধিকাৰী মহাশয় ধৰ্মপাল গুলাটিৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৮ বছৰ।

হৃদযন্ত্ৰ বিফল হোৱাৰ বাবেই আজি ৰাতিপুৱা ৫.৩৮ বজাত তেওঁৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

Apply Now

কিছু দিন পূৰ্বে ধৰ্মপাল গুলাটী ক’ভিডত আক্ৰান্ত হৈছিল। কিন্তু তেওঁ ক’ৰ’নাক পৰাস্ত কৰি সুস্থ হৈ ঘৰলৈ উভতিছিল।

কিন্তু এতিয়া হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

ব্যৱসায় আৰু উদ্যোগ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে যোৱা বছৰ তেওঁক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছিল।

উল্লেখ্য যে মহাশয় ধৰ্মপাল গুলাটীৰ জন্ম হৈছিল ১৯২৩ চনত পাকিস্তানত। তেওঁৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা খুব ভাল নাছিল।

পঢ়াৰ ক্ষেত্ৰতো ধৰ্মপাল দুৰ্বল আছিল আৰু পঞ্চম শ্ৰেণীত অনুত্তীৰ্ণ হৈছিল। ইয়াৰ পিছৰে পৰা তেওঁ স্কুল যাবলৈ এৰি দিয়ে।

স্কুল এৰাৰ পিছৰ পৰা ধৰ্মপালক পিতৃয়ে কাম শিকিবলৈ দোকানলৈ পঠোৱা আৰম্ভ কৰিছিল।

কিন্তু তেওঁৰ কোনো কামতে মন বহা নাছিল আৰু ১৫ বছৰ বয়সলৈকে কেইবাটাও কাম সলনি কৰিছিল।

ছিয়ালকোট ৰঙা চিলিৰ বাবে বিখ্যাত আছিল, সেয়ে তেওঁক দেউতাকে সৰু দোকান এখন খুলি দিছিল। ক্ৰমান্বয়ে দোকানখন ভালদৰে চলিবলৈ আৰম্ভ কৰিলে।

কিন্তু ১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ পিছত ছিয়ালকোট পাকিস্তানৰ অংশ হৈ পৰে। ইয়াৰ পিছত ধৰ্মপাল আৰু তেওঁৰ পৰিয়ালে পাকিস্তান এৰি দিল্লীলৈ আহে।

উল্লেখ্য যে পাকিস্তান এৰি দিল্লীলৈ অহাৰ সময়ত ধৰ্মপালৰ হাতত আছিল মাত্ৰ ১৫০০টকা। ইয়াৰে ৬৫০ টকাত এখন ঘোঁৰাৰ গাড়ী কিনি ষ্টেশ্যনত চলোৱা আৰম্ভ কৰে।

কিছুদিন পিছত ঘোঁৰা গাড়ীখন নিজৰ ভায়েকক দি ধৰ্মপালে কৰোলবাগৰ আজমল খান ৰোডত মছলা বিক্ৰী আৰম্ভ কৰে।

এই দোকানখনৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাত গুলাটী পৰিয়ালে মছলাৰ প্ৰথমটো ফেক্টৰি ১৯৫৯ চনত ৰাজধানী দিল্লীৰ কীৰ্তি নগৰত স্থাপন কৰিছিল।

মাত্ৰ ১৫০০ টকা পকেটত লৈ পাকিস্তানৰ পৰা ভাৰতলৈ অহা এইগৰাকী ব্যক্তিয়ে নিজৰ কৰ্মৰে পিছলৈ ৫৪০০ কোটি টকাৰ সম্পত্তিৰ অধিকাৰী হৈছিল।

আৰু ইয়াৰ পিছৰে পৰা ভাৰতৰ লগতে বিদেশতো এম ডি এইচ মছলাৰ সাফল্য তথা জনপ্ৰিয়তা বৃদ্ধি পায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd