• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিযুক্তি পৰীক্ষা নহয়, কেৱল উচ্চ শিক্ষানুষ্ঠানৰ বাবে প্ৰৱেশ পৰীক্ষাহে অনুষ্ঠিত কৰিব NTA-ই

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 17, 2024 3:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ চনৰ পৰা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (NTAয়ে নিযুক্তি পৰীক্ষা নহয়, উচ্চ শিক্ষানুষ্ঠানৰ প্ৰৱেশ পৰীক্ষাহে অনুষ্ঠিত কৰিব। এইদৰেই জানিবলৈ দিয়া হৈছে। এই কথা জনাইছে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। লগতে তেওঁ কয় যে অদূৰ ভৱিষ্যতে কম্পিউটাৰ অভিযোজিত পৰীক্ষা, প্ৰযুক্তি চালিত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ দিশটো চৰকাৰে চোৱাচিতা কৰি আছে।

তেওঁ কয় যে NEET UG পেপাৰ-অফলাইন মোডত চলাব নে অনলাইনত চলোৱা হ’ব তাক লৈ স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে আলোচনা চলি আছে। কমন ইউনিভাৰ্চিটি এন্ট্ৰেঞ্চ টেষ্ট (CHUET) ইউ জিত বছৰত এবাৰকৈ অনুষ্ঠিত হৈ থাকিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

Apply Now

তেওঁ লগতে ২০২৫ চনত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ) পুনৰ গঠন কৰা হ’ব বুলিও কয়। ১০টা নতুন পদ সৃষ্টি কৰা হৈছে। প্ৰধান পৰীক্ষাৰ সংস্কাৰসমূহ ভাগ কৰি লোৱা হৈছে।

ইপিনে, কিছুদিন পূৰ্বে মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰত্যাহ্বান আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত ভাষণ প্ৰদান কৰিছিল। তেওঁ কয়, আমাৰ লক্ষ্য হৈছে বিশ্ব গুণগত শিক্ষা ভাৰতলৈ অনা। ভাৰতৰ কৃতিত্ব যাতে বিশ্ব পৰ্যায়ত উপনীত হয়। বিদেশী বিশ্ববিদ্যালয় ভাৰতলৈ আহিব আৰু বিশ্ববিদ্যালয়সমূহ গুচি যাব।

তেওঁ কয়, আফ্ৰিকান দেশসমূহৰ বাবে আই আই টি মহাৰাষ্ট্ৰ কেম্পাছ মুকলি কৰা হৈছে, আবুধাবিত আই আই টি দিল্লী কেম্পাছ মুকলি কৰা হৈছে। বিশ্বৰ উন্নত দেশসমূহত এই কথা কোৱা হয়। আমেৰিকাতো মুকলি হোৱাৰ কথা। আই আই এম’ও মুকলি কৰা হৈছে।

ইফালে শেহতীয়াকৈ পোহৰলৈ আহিল এন টি এৰ বিষয়টো। এন টি এয়ে কেৱল উচ্চ শিক্ষানুষ্ঠানৰ বাবেহে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে নিযুক্তি পৰীক্ষাৰ দায়িত্ব তেওঁলোকৰ নাথাকিব। একেদৰে দেশখনে ভৱিষ্যতে কম্পিউটাৰ ভিত্তিক, প্ৰযুক্তি-চালিত প্ৰৱেশ পৰীক্ষাৰ দিশত আগবাঢ়িছে বুলিও তেওঁ ইংগিত দিয়ে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd