• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাৰ আতংকৰ বাবে ধিং এক্সপ্ৰেছ হিমা দাসে সলালে নিজৰ ট্ৰেক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 26, 2020 4:59 pm
931404-ajmdoqerbg-1535338011

হিমা দাসৰ ফাইল ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়া সমগ্ৰ বিশ্বজুৰি কাল ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’ণা বা কভিড-১৯ ভাইৰাছে। ভাৰততো এই ভাইৰাছৰ কবলত বৰ্তমানলৈকে ৬ শতাধিক লোক আক্ৰান্ত হোৱাৰ লগতে ১৪ গৰাকীয়ে ইতিমধ্যে মৃত্যুক সাবটি লৈছে।

সেয়েহে সমগ্ৰ ভাৰততে সম্পূৰ্ণ ২১ দিন অৰ্থ্যাৎ যোৱা ২৪ মাৰ্চৰ নিশা ১২ বজাৰ পৰা অহা ১৪ এপ্ৰিললৈকে লকডাউন ঘোষণা কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Apply Now

মোদীয়ে সকলোকে এই ২১ দিন ঘৰৰ ভিতৰত নিজকে আৱদ্ধ কৰি ৰাখিবলৈ আহ্বান জনাইছে। মোদীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিজৰ ট্ৰেক সলালে অসম কন্যা ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে।

Enjoy this video of young talent @HimaDas8 Stay Home Stay Safe #StaySafe pic.twitter.com/fb9GCbZQuz

— Rahul Trehan (@imrahultrehan) March 26, 2020

হিমা দাসে ঘৰৰ ভিতৰত থাকি সংগীত চৰ্চা কৰি থকা এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বাদ্যযন্ত্ৰৰ তালে তালে হিমাৰ কন্ঠৰে নিগৰিত হৈছে জুবিন গাৰ্গৰ জনপ্ৰিয় শিশু এলবামৰ ‘কাৰ পৰশ কাৰ সুৱাস’ শীৰ্ষক গীতটি। হিমাৰ সৈতে সহযোগ কৰিছে ৰাহুল ট্ৰেহানে।

ট্ৰেহানে নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে গীতটো আপলোড কৰিছে আৰু লিখিছে ‘যুৱ প্ৰতিভা হিমাৰ এই ভিডিঅ’টো উপভোগ কৰক, ঘৰতে থাকক আৰু সুৰক্ষিত থাকক।‘

ইপিনে, হিমাই ছবি অকাও পৰিলক্ষিত হ’ল। কিছু সময় পূৰ্বে নিজৰ ফেইচবুক পেইজৰ পৰা এটা ভিডিঅ’ আপলোড কৰিছিল হিমাই, য’ত হাতত পেঞ্চিল লৈ চিত্ৰ অংকন কৰাত ব্যস্ত হিমা।

চিত্ৰ অংকন কৰি থকাৰ সময়তে হিমাই দেশবাসীলৈ আহ্বান জনাই কয়, ‘যিহেতু লকডাউন চলি আছে, গতিকে আপোনালোক পৰিয়ালৰ সৈতে ঘৰৰ ভিতৰতে থাকক। ময়ো সেই নিয়মকে পালন কৰি আছো আৰু আপোনালোকেও পালন কৰক। মই সময় অতিবাহিত কৰিবলৈ ছবি আঁকিছো। সকলো চাফা হৈ থাকক, সুখী থাকক।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd