• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ বিলাসী অট্টালিকাৰ মূল্য কিমান?

ধোনীৰ অট্টালিকাত আছে পঞ্চতাৰকাযুক্ত হোটেল আৰু বিশ্বমানৰ ইন্দ'ৰ ষ্টেডিয়াম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2020 7:09 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী বি চি চি আইৰ চুক্তিৰ পৰা বাদ পৰিছে।

যোৱা ২০১৯ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ পিছৰে পৰা ভাৰতীয় দল পৰা আঁতৰি থকা মাহীৰূপে খ্যাত মহেন্দ্ৰ সিং ধোনীয়ে তেওঁৰ স্বভাৱসিদ্ধ ব্যতিক্ৰমী  কাম আৰু চিন্তাৰ বাবে সংবাদ মাধ্যমৰ চৰ্চালৈ আহি থাকে।

উল্লেখ্য যে, ২০১৯ৰ বিশ্বকাপৰ পিছতে ধোনীয়ে কাশ্মীৰত গৈ ভাৰতীয় সেনাৰ প্ৰশিক্ষণ শিবিৰত যোগ দিয়াৰ বাবে চৰ্চালৈ আহিছিল।
জাতীয় দলৰ পৰা আঁতৰি থাকিলেও ক্ৰিকেটাৰগৰাকীয়ে আই পি এলৰ নিজ দল চেন্নাই ছুপাৰ কিংছৰ হৈ আই পি এলত অংশগ্ৰহণ কৰি আহিছে।

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়ক ধোনীৰ দেশে বিদেশে মিলিয়নসংখ্যক অনুৰাগী আছে।

বাইক ৰাইডিঙৰ প্ৰতি বিশেষ ৰাপ থকা ধোনীয়ে পৰিয়ালৰ সৈতে বাস কৰে অত্যাধুনিক এটা বিলাসী অট্টালিকতাত। তেওঁৰ কেবাখনো বিদেশী বিলাসী বাইক আছে।

ধোনীয়ে পূৰ্বেত ঝাৰখাণ্ডৰ ৰাজধানী ৰাঁচীৰ তিনিমহলীয়া ‘হাৰ্ম’ হাউছিঙত বাস কৰিছিল যদিও  বৰ্তমানে ‘কৈলাশপতি ’ নামৰ বিলাসী অত্যাধুনিক অট্টালিকাটোত বাস কৰে।

তেওঁৰ এই বিলাসবহুল অট্টালিকাটো আছে ৰাঁচীৰ ৰিং ৰোডৰ অতি আকৰ্ষণীয় স্থানত।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ধোনীৰ বিলাসী অট্টালিকাটোত এখন ইন্দ’ৰ ষ্টেডিয়াম থকাৰ লগতে আছে বিশ্বমানৰ অত্যাধুনিক ছুইমিং পুল। কেম্পাছৰ ভিতৰতে আছে নেট প্ৰেক্টিছৰ বাবে ফিল্ড আৰু আল্ট্ৰা মৰ্ডাণ জিম। আনহাতে পঞ্চতাৰকা হোটেলো আছে ধোনীৰ বিলাসী অট্টালিকাটোত।

ধোনীয়ে নিজে ডিজাইন কৰা অট্টালিকাটো প্ৰায় ৬ কোটি টকাৰ মূল্যৰ।

ধোনীয়ে পিতৃ-মাতৃৰ লগতে পত্নী সাক্ষী আৰু কন্যা জীভাৰ সৈতে ‘কৈলাশপতি’ত বাস কৰে।

উল্লেখ্য যে ধোনীৰ বৰ্তমানৰ সম্পত্তিৰ মূল্য হৈছে ১১১ মিলিয়ন আমেৰিকান ড’লাৰ।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd