• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

ভোটাৰ তালিকাৰ এছআইআৰ প্ৰক্ৰিয়াত হোৱা বুলি অভিযোগ উঠা অনিয়মৰ প্ৰতিবাদত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টীয়ে বেংগালুৰুত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদত অভিনেতা প্ৰকাশ ৰাজ আৰু জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়েও অংশগ্ৰহণ কৰে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2026 2:17 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত হোৱা অনিয়মৰ অভিযোগ তুলি বৃহস্পতিবাৰে বেংগালুৰুৰ ফ্ৰীডম পাৰ্কত ককৰোচ জনতা পাৰ্টীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদত অভিনেতা তথা সমাজকৰ্মী প্ৰকাশ ৰাজ আৰু জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে চিজেপিৰ নেতা অভিজিৎ ডিপকেৰ সৈতে একেলগে এখন ‘জনতাৰ আদালত’ অনুষ্ঠিত কৰে। প্ৰতিবাদকাৰীসকলে “এছআইআৰ বাতিল কৰক” আৰু “জ্ঞানেশ কুমাৰ গাদী এৰক” আদি শ্লোগানেৰে সমগ্ৰ ফ্ৰীডম পাৰ্কৰ পৰিৱেশ উত্তাল কৰি তোলে।

 

Apply Now

বৃহস্পতিবাৰে পুৱাৰে পৰা বেংগালুৰুৰ ফ্ৰীডম পাৰ্কত বিভিন্ন সমাজকৰ্মী আৰু অসামৰিক সমাজৰ সংগঠনৰ লোকসকল একত্ৰিত হ’বলৈ আৰম্ভ কৰে। দুপৰীয়া প্ৰায় ১ বজাত চিজেপিৰ নেতা অভিজিৎ ডিপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা অনুষ্ঠানস্থলীত উপস্থিত হয়। মঞ্চত চিজেপিৰ নেতাসকলৰ লগতে প্ৰকাশ ৰাজ আৰু ধ্ৰুৱ ৰাঠীয়ে একেলগে হাত দাঙি প্ৰতিবাদকাৰীসকলৰ সৈতে “ভোট চোৰ, ভোট চোৰ” শ্লোগান দিয়ে। জনতাৰ আদালতৰ পাছতেই প্ৰতিবাদকাৰীসকলে এটা ‘চপ্পল প্ৰতিবাদ’ কাৰ্যসূচীও ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে।

 

প্ৰতিবাদী জনতাক উদ্দেশ্যি দিয়া ভাষণত অভিনেতা প্ৰকাশ ৰাজে দাবী কৰে যে নিৰ্বাচন আয়োগে এছআইআৰ প্ৰক্ৰিয়াৰ জৰিয়তে সমগ্ৰ দেশক অপমানিত কৰিছে। তেওঁ লগতে কয় যে এখন দেশত সাধাৰণতে জনসাধাৰণে চৰকাৰ গঠনৰ সিদ্ধান্ত লয়, কিন্তু এছআইআৰৰ জৰিয়তে এতিয়া চৰকাৰেহে কোনে ভোট দিব সেয়া নিৰ্ধাৰণ কৰিবলৈ ওলাইছে।

#Watch | YouTuber Dhruv Rathee, actor Prakash Raj and CJP founder Abhijeet Dipke join the protest against SIR in at Freedom Park in #Bengaluru on October 8. Dipke started his speech by asking protestors to raise the slogan “Narendra Modi Vote Chor”.

📹: @NRC_Tweets

https://t.co/DGQg1S0OSn

— The Hindu (@the_hindu) October 8, 2026

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm
“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

October 8, 2026 2:17 pm
দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

October 8, 2026 1:29 pm
কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm
“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

October 8, 2026 2:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd