• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১২,৪০০ কোটিৰ মালিক, আৰু টকা লাগে? পান মছলাৰ বিজ্ঞাপনক লৈ শ্বাহৰুখক কটাক্ষ ধ্ৰুৱ ৰাথীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2025 7:14 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গেৰুৱা শিবিৰৰ বিৰোধিতা কৰি বহুবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীয়ে। এইবাৰ তেওঁৰ টাৰ্গেট বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান। ইউটিউবাৰ ধ্ৰুৱ ৰাথীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনলাইনত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

বুধবাৰে এক্স-এ (পূৰ্বৰ টুইটাৰ)ত এটা পোষ্টত ধ্ৰুৱে জোৱানৰ অভিনেতা শ্বাহৰুখ এতিয়া বিশ্বৰ ধনী অভিনেতাসকলৰ ভিতৰত অন্যতম বুলি প্ৰকাশ পোৱা বাতৰিৰ বিষয়ে আলোচনা কৰে। কিং খানৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১.৪ বিলিয়ন ডলাৰ (প্ৰায় ১২,৪০০ কোটি টকা)। শ্বাহৰুখে পান মছলাৰ বিজ্ঞাপন দিয়াৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰে ধ্ৰুৱে।

Apply Now

ভিডিঅ’টোত ইণ্টাৰনেটৰ প্ৰভাৱশালী ব্যক্তিগৰাকীয়ে কয়, ‘শ্বাহৰুখ খান এতিয়া কোটিপতি। তেওঁৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ ১২.৪ বিলিয়ন ডলাৰ, অৰ্থাৎ টম ক্ৰুজৰ দৰে হলিউডৰ তাৰকাতকৈ তেওঁ অধিক ধনী। টকাৰ ফালৰ পৰা সেই ধন কিমান জানেনে? ১২,৪০০ কোটি টকা। কিমান টকা আপুনি জানেনে? কল্পনা কৰাটোও কঠিন।

যদি এই ধন বেংকত মাত্ৰ ৭% সুতত ৰখা হয়, তেন্তে আপুনি কিমান সুত উপাৰ্জন কৰিব পাৰে? সেই সম্পত্তিৰ ৫০০ কোটি টকা। শ্বাহৰুখে ইচ্ছা কৰিলেও নিজৰ ধন খৰচ কৰিব নোৱাৰে। বিলাসী জীৱন যাপন কৰি যিমান বিচাৰে সিমান সম্পত্তি কিনাৰ পাছতো কোটিপতি শ্বাহৰুখৰ ধন শেষ নহ’ব৷ তথাপি পান মছলাৰ দৰে ক্ষতিকাৰক ব্ৰেণ্ডৰ মুখ কিয় শ্বাহৰুখ? ধ্ৰুৱৰ প্ৰশ্ন।

তেওঁ কঠোৰ ভাষাত কয়, ‘শ্বাহৰুখ খানৰ ওচৰত মোৰ প্ৰশ্নটো হ’ল, ইমান টকা যথেষ্ট নহয়নে? যদি হয়, তেন্তে পান মছলাৰ দৰে ক্ষতিকাৰক কিবা এটাৰ প্ৰচাৰ কৰিবলৈ কিহে বাধ্য কৰে?’ ধ্ৰুৱে এনে বিজ্ঞাপনৰ বাবে এজন ছুপাৰষ্টাৰে কিমান টকা পাব পাৰে সেই কথাও উল্লেখ কৰে।

My question to Shah Rukh Khan.@iamsrk pic.twitter.com/MZjCbsIkjx

— Dhruv Rathee (@dhruv_rathee) October 15, 2025

তেওঁ কয় যে ১০ বছৰ আগতে শ্বাহৰুখে এই বিজ্ঞাপনৰ বাবে ১০ কোটি লাভ কৰিলেহেঁতেন, আজি হয়তো ১০ গুণ বেছি পাব। ১০০ কোটি টকা, কিন্তু প্ৰশ্ন হয় শ্বাহৰুখ খানক সঁচাকৈয়ে এই অতিৰিক্ত ১০০-২০০ কোটিৰ প্ৰয়োজন নেকি? নিজৰ ভিতৰলৈ চাওক আৰু নিজকে সৎভাৱে সুধিব। ইমান ধন-সম্পত্তিৰে আপুনি কি কৰিব? এতিয়া আন এটা দৃষ্টিকোণৰ পৰা ভাবি চাওক, দেশৰ শীৰ্ষ অভিনেতাই যদি এনে ক্ষতিকাৰক সামগ্ৰীৰ প্ৰচাৰ বন্ধ কৰে তেন্তে জাতিটোৰ ওপৰত ইয়াৰ কেনে প্ৰভাৱ পৰিব পাৰে?

এই ভিডিঅ’টো যাতে শ্বাহৰুখৰ ওচৰলৈ যায় তাৰ বাবে অনুগামীসকলক বাৰ্তা বিয়পাই দিবলৈ আহ্বান জনাই ভিডিঅ’টোৰ অন্ত পেলায়। প্ৰসংগক্ৰমে বৰ্তমান শ্বাহৰুখ খান যি পান মছলা ব্ৰেণ্ডৰ প্ৰচাৰৰ মুখ, অক্ষয় কুমাৰেও এসময়ত সেই ব্ৰেণ্ডৰ বাবে প্ৰচাৰ চলাইছিল। অৱশ্যে পিছত অক্ষয়ে ক্ষমা খুজি সেই বিজ্ঞাপনৰ পৰা নিজকে আঁতৰাই আনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd