• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেউতাকে নেপালত “বন্ধক”ত থৈ অহা অসমৰ শিশু ঘৰ ওলালহি

৩ লাখ নেপালী মুদ্ৰাৰ বিনিময়ত বন্ধকত দিয়া হৈছিল ধুবুৰীৰ শিশুটিক

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
June 5, 2019 7:40 pm
NepalRescued Boy

শিশুটিক নেপালৰ পৰা আনিবলৈ যোৱা ধুবুৰী জিলাৰ শিশু সুৰক্ষা বিষয়া কিশোৰী বৰুৱা আৰু তেওঁৰ দলটো শিশুটিৰ সৈতে।

24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাক-দেউতাকক আটাইতকৈ বেছি আস্থাত লৈ জীৱনৰ বাটত খোজ আৰম্ভ কৰাৰ সময়তে নিজৰ দেউতাকেই নেপালত বন্ধকত দি থৈ অহা অসমৰ এটি শিশু ন মাহৰ পিছত নিজৰ ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে।

দেউতাক ইছমাইল শ্বেইখে টকাৰ বিনিময়ত এটা ইটাভাতীত “বন্ধকী” (mortgaged) হিচাপে থৈ অহা ১১ বছৰীয়া শিশুটোক নেপালৰ বেচৰকাৰী সংগঠন Voice of Child-এ উদ্ধাৰ কৰি ২ জুনত অসমৰ ধুবুৰীৰ District Child Protection Officer (DCPO)ৰ নেতৃত্বত যোৱা এটা চাৰিজনীয়া দলৰ হাতত তুলি দিয়ে।

Apply Now

ইছমাইল শ্বেইখৰ ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাৰ অধীনৰ ডোবাচুৰি-১ গাঁৱত।

ধুবুৰী জিলাৰ শিশু সুৰক্ষা বিষয়া কিশোৰী বৰুৱাই নৰ্থ-ইষ্ট নাওক জানিবলৈ দি কয়, “ধুবুৰী জিলাৰ এটা শিশু যোৱা কেইবামাহ বন্ধকী হিচাপে নেপালৰ এটা ইটাভাতীৰ মালিকৰ হাতত বন্দী হৈ থকা কথাটো আমি মানৱ সৰবৰাহৰ ওপৰত কাম কৰি থকা দাৰ্জিলিঙৰ Duars EXPRESSmail নামৰ বেচৰকাৰী সংগঠনৰ পৰা জানিব পাৰো”।

বিষয়াজনে জনোৱা মতে তাৰ পিছতে তেওঁলোকে উক্ত বেচৰকাৰী সংগঠনটোৰ সঞ্চালক ৰাজু নেপালীয়ে দিয়া তথ্যখিনি লৈ নেপালৰ গৃহ মন্ত্ৰ্যালয়ক লগ কৰে। তথ্যখিনি নেপাল চৰকাৰ দি সহায় বিচাৰে। ইয়াৰ পিছতে সাপটাৰি জিলাৰ প্ৰশাসনে শিশুটোক ৭ মে’ ২০১৯-ত Ratan Kilns & Bricks Factory নামৰ ইটাভাতীৰ পৰা উদ্ধাৰ কৰে।

এই সমন্বয় আৰু সহযোগিতাৰ মাজেৰে বন্ধকীৰ পৰা মুক্ত হৈ শিশুটি যোৱা ২ জুনত ঘৰ আহি পায়।

শিশুটিয়ে তেওঁক তাত “মালিক”-এ কৰা মানসিক, শাৰীৰিক অত্যাচাৰৰো বৰ্ণনা দিয়াৰ লগতে দেউতাকে বন্ধকীত আনৰ হাতত গতাই থৈ অহা বুলি নিজেই স্বাকীৰ কৰে।

তেওঁক ৩ লাখ নেপালী মুদ্ৰাৰ বিনিময়ত বিক্ৰী কৰা হৈছিল, জনালে শিশুটিয়ে।

ধুবুৰী শিশু কল্যাণ কমিটীৰ অধ্যক্ষা ছবিনা বেগমে কয়, “আমি অতি আচৰিত হৈছো যে নিজৰ দেউতাকেই শিশুটিক বিক্ৰী কৰিছিল”।

ছবিনা বেগমে জনোৱা মতে, শিশুটিৰ দেউতাকে ইটাভাতীত শ্ৰমিক যোগানৰ ঠিকা লৈছিল।

জানিব পৰামতে, উক্ত ইটাভাতীৰ বাবে শ্ৰমিক যোগানৰ প্ৰতিশ্ৰুতিৰে ইছমাইল শ্বেইখে মালিকৰ পৰা বৃহত অংকৰ ধন আগধন হিচাপে লৈছিল। আৰু বন্ধক হিচাপে নিজৰ ১১ বছৰীয়া ল’ৰাটোকে দি আহিছিল।

উদ্ধাৰ কৰা শিশুটিক ধুবুৰী জিলাৰ ফলিমাৰিত থকা ছায়া চাইল্ড হোমলৈ প্ৰেৰণ কৰা হৈছে।

“অভিযুক্ত দেউতাকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ বাবে আগ বাঢ়িছে”, ছবিনা বেগমে কয়।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd