• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ আৰম্ভ

আনন্দৰাম ঢেকিয়াল ফুকন আধুনিক অসমৰ এগৰাকী স্বপ্নদ্ৰষ্টা : ৰংবং তেৰাং

by
September 7, 2018 11:00 pm
Diamond jubilee celebration
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আনন্দৰাম ঢেকিয়াল ফুকন এগৰাকী স্বপ্ন দ্ৰষ্টা আছিল। আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা এইগৰাকী মহান মনীষীৰ কথা অসমৰ সাহিত্যৰ বুৰঞ্জীত জিলিকি থাকিব।’ এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ। আজি নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দিয়া ভাষণত তেৰাঙে লগতে কয়, ‘অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনে যুঁ‌জ দিছিল।’

আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই অভিভূত হোৱা বুলি উল্লেখ কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে কয়, ‘অসমৰ সাহিত্যৰ বুৰঞ্জীত যি গৰাকী মনীষীৰ ছবিখন দেখিছিলো সেইগৰাকী মনীষীক শ্ৰদ্ধা কৰিবলৈ পোৱাতো মোৰ বাবে বিৰল মুহূৰ্ত।’

Apply Now

আজিৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মহাবিদ্যালয়ৰ হীৰক জয়ন্তী মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি উন্মোচন কৰা প্ৰতিমূৰ্তি টো প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰি উলিয়াইছে।

দিনৰ ১০ বজাত ভাস্কৰ্য শিল্পী বীৰেন সিংহ, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডেকা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা, ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰী, শিক্ষাবিদ মহেন্দ্ৰ আহোম, গৱেষক ড০ নৰেন কলিতা, অধ্যাপক ড০ সঞ্জীৱ কুমাৰ বৰকাকতী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰংবং তেৰাঙে গ্ৰন্থ বিপনী আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে।

দিনৰ ১২ বজাৰ পৰা পৰিচালনা সমিতিৰ সভাপতি সহজানন্দ ওজাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী তথা প্ৰাক্তন ছাত্ৰ ৰাজেন গোহাঁই, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰে।

ভাষণ প্ৰসংগত মন্ত্ৰী কেশৱ মহন্তই মহাবিদ্যালয়খনত অচিৰেই এটা ডিজিটেল শ্ৰেণী কোঠা স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিত ভাগৱতীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত বিগত বৰ্ষ সমূহত মহাবিদ্যালয়খনৰ পৰা স্নাতক শাখাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পোৱাসকলক সম্বৰ্ধনা জনোৱা হয়।

আজিৰ এই সভাতেই স্মৰণিকা ‘হীৰক জেউতি’ আৰু ‘অসম ভিন্ন প্ৰসংগ’ নামৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়।

অধ্যাপক অৰিন্দম বৰকটকীয়ে আঁত ধৰা উক্ত সভাত উপাধ্যক্ষা মিনা চৌধুৰী আৰু শৈক্ষিক পৰিষদৰ বিষয়া জয় কুমাৰ সিঙেও অংশগ্ৰহণ কৰে। সন্ধ্যা শিক্ষাবিদ বানেশ্বৰ শইকীয়াই বন্তি প্ৰজ্বলন আৰু আলোকসজ্জা মুকলি কৰে আৰু প্ৰাক্তন সাংসদ জয়শ্ৰী গোস্বামী মহন্তই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে।

Stay Connected

  • 117k Fans

Recent News

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd