• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ৰ তাজিয়া কাণ্ড; আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , September 13, 2019 10:53 pm

2 min read

ডিব্ৰুগড়ৰ তাজিয়া কাণ্ড; আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি
7.8k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শুভাসিনী শংকৰণক মহানগৰীৰ কাহিলীপাৰাৰ দশম আৰক্ষী বেটেলিয়নৰ অধীক্ষক ৰূপে বদলি কৰা হৈছে।

বিপৰীতে ডিব্ৰুগড় জিলাত নতুন আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিয়া হৈছে এ পি এছ বিষয়া গৌতম বৰাক। এই কথা গৃহ বিভাগে এক জাননী যোগে জনাইছে।

জানিব পৰা মতে তাজিয়া কাণ্ডৰ পিছতে মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টিৰ আৰক্ষী অধীক্ষকগৰাকীক বদলি কৰা হৈছে।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে আৰক্ষী অধীক্ষক শুভাসিনী শংকৰণে জিলাখনত চলি থকা ড্ৰাগছ আৰু চোৰাং গৰু ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লৈছিল।

আনকি জিলাখনৰ পৰা বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰী তথা নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা চলাই থকা লোকক আটক কৰিবলৈও সক্ষম হৈছিল। স্থানীয় ৰাইজেও আৰক্ষী অধীক্ষক গৰাকীৰ এনে পদক্ষেপক আদৰণি জনাইছিল।

উল্লেখযোগ্য যে মহৰমৰ দিনা ডিব্ৰুগড়ৰ ৰাজপথত একাংশ উন্মত্ত লোকে তাজিয়া প্ৰদৰ্শনৰ নামত চৰম উদ্ভণ্ডালি প্ৰদৰ্শন কৰি এক অস্থিৰ আৰু আতংকময় পৰিস্থিৰ সৃষ্টি কৰাৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে তাৎক্ষণিকভাৱে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছিল।

ডিব্ৰুগড় আৰক্ষীয়ে তাজিয়া ঘটনাৰ লগত জড়িত থকৰ অভিযোগত জাভেদ আখতাৰ খান ওৰফে আজাদ খান নামৰ এজন কংগ্ৰেছী নেতাক গ্ৰেপ্তাৰ কৰিছিল।

তাৰোপৰি ফুলকান আলী নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে আৰক্ষী অধীক্ষক শুভাসিনী শংকৰণে সংবাদ মাধ্যমৰ আগত আইন উলংঘন কৰা কোনো লোককেই ৰেহাই দিয়া নহ’ব বুলি উল্লেখ কৰিছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd