DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছচিয়েল মাধ্যমত ঐতিহাসিক ডিঃ বিশ্ববিদ্যালয়খনৰ গৰিমাত কালিমা : টীয়ক থানাত গোচৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে টীয়ক আৰক্ষী থানাত দিলে এজাহাৰ

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
July 5, 2020 6:34 pm
Screenshot_2020-07-05-17-22-45_1
401
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন শিক্ষকৰ কু-কৰ্ম কাণ্ডৰ তথ্য পোহৰলৈ অহাৰ পাছতেই বিশ্ববিদ্যালয়ৰখনৰ কৰ্তৃপক্ষই শিক্ষক গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়েও অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰিছে।

তাৰ পাছতো ফেইচবুককে ধৰি বিভিন্ন ছচিয়েল মাধ্যমত এক দুষ্ট চক্ৰই শিক্ষকজনৰ কুকৰ্মৰ গইনা লৈ ঐতিহাসিক বিশ্ববিদ্যালয়খনৰ গুণ গৰিমাত কলংকৰ কালিমা সানি জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ তুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে।

ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ আছু গোটে এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ খবৰ আহি পৰিছে।

গোটৰ সভাপতি অংকুৰ প্ৰতিম গগৈৰ নেতৃত্বত আছু গোটৰ কেইবাজনো বিষয়ববীয়াই টীয়ক আৰক্ষী থানাত ছচিয়েল মিডিয়াত প’ষ্ট দিয়া কেইবাটাও একাউন্টৰ বিৰুদ্ধে আজি এজাহাৰ দাখিল কৰিছে।

গোটৰ সভাপতি গৰাকীয়ে দোষীক উপযুক্ত শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে।

তেওঁলোকে বিশ্ববিদ্যালয়ৰখনৰ প্ৰতি এনে বিৰূপ মন্তব্য কৰাসকলক ভবিষ্যতে তেনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিছে।

Recent News

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd