• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমুলে তিৰুপতি মন্দিৰত যোগান ধৰিছিল নেকি ঘিউৰ? বিতৰ্কৰ মাজতে স্পষ্টীকৰণ দুগ্ধজাত সামগ্ৰী উৎপাদক সংস্থাটোৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 21, 2024 1:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিৰুপতি মন্দিৰৰ প্ৰসাদী লাড্ডুক লৈ ব্যাপক চৰ্চা। লেবৰ ৰিপৰ্ট অনুসৰি লাড়ুত গৰুৰ চৰ্বি আৰু মাছৰ তেল পোৱা গৈছে! সকলো সমস্যাৰ মূলতে আছে মন্দিৰত ঘিউ যোগান ধৰা কোম্পানীটো। কাৰণ লাডুত মিহলি কৰা সকলো বস্তু ঘিউৰ জৰিয়তে প্ৰস্তুত কৰা হয়। অভিযোগৰ আঙুলি ঘিউ যোগানকাৰী কোম্পানীটোৰ ফালে। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াতো উৰাবাতৰি বিয়পি পৰিছে। শুনা গ’ল যে আমুলৰ তিৰুমালা ট্ৰাষ্টৰ সৈতেও চুক্তি আছে। অৱশ্যে অমুলে এই অভিযোগ অস্বীকাৰ কৰে।

আমুলৰ বক্তব্যত স্পষ্ট কৰি দিয়া হৈছে, “তিৰুমালা তিৰুপতি দেৱস্থানলৈ আমি কেতিয়াও ঘিউ যোগান ধৰা নাই। একে সময়তে আপোনালোকক জনাব বিচাৰিছো যে আমুলৰ ঘিউ কেৱল উচ্চমানৰ গাখীৰৰ চৰ্বিৰ পৰা তৈয়াৰ কৰা হয়। আমাৰ ডেইৰীত উৎপাদিত ঘিউ এফ এছ এছ এ আইৰ দ্বাৰা বহু পদক্ষেপ পৰীক্ষা কৰা হয়।আমুল ঘিউ ৫০ বছৰতকৈও অধিক সময় ধৰি ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য ঘিউ। এইদৰেই আমি আমাৰ জনসাধাৰণৰ আস্থা বজাই ৰাখিব বিচাৰো।”

উল্লেখযোগ্য যে কৰ্ণাটকৰ বিখ্যাত গাখীৰ আৰু গাখীৰৰ সামগ্ৰীৰ কোম্পানী নন্দিনীয়ে দীৰ্ঘদিন ধৰি তিৰুপতি মন্দিৰত ঘিউ যোগান ধৰি আহিছে। যোৱা বছৰ বিখ্যাত নন্দিনী ব্ৰেণ্ডৰ ঘিউৰ লাডু বনোৱা বন্ধ কৰি দিয়া হৈছিল। তেতিয়াই এই সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হৈছিল। বিগত বৰ্ষৰ আগষ্ট মাহত তিৰুপতি বালাজী মন্দিৰত আৰু নন্দিনী ব্ৰেণ্ডৰ ঘিউ যোগান ধৰা নহ’ব বুলি খবৰ ওলাইছিল। কৰ্ণাটক মিল্ক ফেডাৰেচনৰ অধ্যক্ষই অৱগত কৰে যে তেওঁলোকৰ বাবে লাডুৰ বাবে ঘিউ যোগান ধৰাটো সম্ভৱ নহ’ব।

Apply Now

তেতিয়াই ঘিউ যোগানৰ বাবে নিবিদা আহ্বান কৰা হৈছিল। প্ৰসংগক্ৰমে প্ৰতি বছৰে ৫ লাখ কেজি ঘিউ ক্ৰয় কৰে মন্দিৰে। প্ৰতিদিনে মন্দিৰত ৩.৫ লাখ লাড়ু তৈয়াৰ কৰা হয়। প্ৰতিটোৰ দাম ৪০ টকালৈ নামি যায়। ইয়াৰ উপৰিও দৈনিক ৪০০-৫০০ কেজি ঘিউ, ৭৫০ কেজি কাজু, ৫০০ কিচমিচ, ২০০ কেজি ইলাচিৰ প্ৰয়োজন হয়। যদিও প্ৰতি ৬ মাহৰ মূৰে মূৰে নিবিদা মাতিছিল, তথাপিও ১৫ বছৰ ধৰি নন্দিনী ঘিউৰে লাড়ু তৈয়াৰ কৰা হৈছিল। কিন্তু দাম বৃদ্ধি হোৱাৰ কাৰণ উল্লেখ কৰি জগনমোহন ৰেড্ডী নেতৃত্বাধীন চৰকাৰে ইয়াৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লয়। তাৰ পিছত ঘিউৰ যোগান আন কেইবাটাও কোম্পানীলৈ হস্তান্তৰ কৰা হয়। অভিযোগসমূহ সেই কোম্পানীসমূহৰ প্ৰতি নিৰ্দেশিত। এই পৰিবেশতেই ছচিয়েল মিডিয়াত আমুলৰ নাম বিয়পি পৰিল। কিন্তু আমুলে জনাইছিল যে তেওঁলোকে কেতিয়াও তিৰুপতি মন্দিৰলৈ লাড়ু যোগান ধৰা নাছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd