• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভোটৰ অংকতে গংগাৰ গেলা পানীত পবিত্ৰ স্নান কৰিলে নেকি মোদীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2025 2:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেশৰ বস্ত্ৰ, হাত আৰু ডিঙিত ৰুদ্ৰাক্ষৰ মালা, সূৰ্য্যক অৰ্ঘ্য আগবঢ়াই মহাকুম্ভ মেলাত কথিত পৱিত্ৰ স্নান কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক আৰু অধিক ধৰ্মান্ধ আৰু ধৰ্মভিৰু হ’বলৈ উৎসাহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত কথিত অমৃত স্নান কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

বুধবাৰে প্ৰয়াগৰাজৰ সংগমত অমৃত স্নান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই কথিত অমৃত পৰ্বৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কেশৰ ৰঙৰ কাপোৰ পিন্ধিছিল। হাত আৰু ডিঙিত ৰুদ্ৰাক্ষৰ মালা আছিল। মন্ত্ৰৰ জপৰ কৰি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অকলে সংগমত কথিত অমৃত স্নান কৰিবলৈ গংগাৰ গেলা পানীত ডুব দিয়ে। গংগাত ডুব দিয়াৰ পূৰ্বে প্ৰায় ৫ মিনিট মন্ত্ৰ জপ কৰি সূৰ্য্য পূজা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। হিন্দুৰ কথিত মাতৃ গংগাক গাখীৰ আগবঢ়াইছিল প্ৰধানমন্ত্ৰীয়ে। গংগা পূজা কৰি মোডীয়ে পোনে পোনে নাৱেৰে অৰাইল ঘাট পালেগৈ। তাৰ পৰাই তেওঁ পুনৰ দিল্লীলৈ ৰাওনা হ’ল।

Apply Now

সংগম স্নানৰ সময়ত মোডীৰ সৈতে  আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী। প্ৰায় দুঘণ্টা ধৰি প্ৰয়াগৰাজত থাকি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচী সমাপন কৰে।

প্ৰকাশিত বাতৰিৰ মতে ভক্তসকলে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ কাৰ্যসূচী অতি সীমিত কৰি ৰখা হৈছিল। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মেলাত নিৰাপত্তা অধিক শক্তিশালী কৰা হয়। সংগম অঞ্চলত অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হয়। ৫৪ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মহাকুম্ভ ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পূৰ্বে যোৱা ১৩ ডিচেম্বৰত কুম্ভলৈ আহিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকুম্ভ মেলাত কথিত অমৃত স্নান কৰাৰ পাছতে এতিয়া বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰদূষিত গংগাৰ গেলা সদৃশ পানীত স্নান কৰি জনসাধাৰণৰ মাজত ধৰ্মীয় গোড়ামী প্ৰচাৰ কৰা নাই নে? দেশৰ সাধাৰণ জনতাক যুক্তিবাদী কৰাৰ পৰিৱৰ্তে এনে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনতাক অন্ধবিশ্বাসী হ’বলৈ অনুপ্ৰাণিত কৰা নাই নে? এই আহুকলীয়া প্ৰশ্নবোৰো এতিয়া চৰ্চা চলিছে। লগতে প্ৰশ্নৰ উদয় হৈছে থৰে থৰে কঁপি গংগাৰ পানীত ডুব দিয়াৰ পাছতে দেশৰ পৰা আঁতৰি যাব নেকি ৰোগ ব্যাধি। অথবা মহাকুম্ভ মেলাত প্ৰধানমন্ত্ৰী মোদীয়ে কথিত অমৃত স্নান কৰাৰ ফলত কথিত পাপমুক্ত হ’ব নেকি সমগ্ৰ দেশ? বা প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত বিপদাপন্ন হোৱা দেশৰ গণতন্ত্ৰৰ ৰক্ষা পৰিবনে, অথবা ঘূৰি আহিব নে গণতন্ত্ৰৰ হিত গৌৰৱ? প্ৰধানমন্ত্ৰী মোদীৰ কথিত এই অমৃত স্নানে ঘূৰাই আনিব নেকি নাগৰিকৰ হিত ব্যক্তি স্বাধীনতা আৰু বাক স্বাধীনতাক? এই স্নানৰ পাছত দেশৰ পৰা নাইকিয়া হ’ব নে দৰিদ্ৰতা? দেশৰ অৰ্থনৈতিক বিকাশ তৰান্বিত কৰি তুলিবনে? এই স্নানে দেশত নাইকিয়া কৰিব নে দুৰ্নীতি অপশাসন? প্ৰধানমন্ত্ৰী এই কথিত স্নানে সঁচাই দেশৰ সকলো দিশতে বিকাশ ত্বৰান্বিত কৰি তুলিব নেকি? সেইবোৰ প্ৰশ্নই এতিয়া দেশৰ সচেতন তথা যুক্তিবাদী মানুহৰ মাজত উদয় হৈছে। ভোটৰ অংকতে ধৰ্মীয় গোড়ামী প্ৰসাৰ কৰি গংগাৰ গেলা পানীত পৱিত্ৰ স্নান কৰিলে নেকি প্ৰধানমন্ত্ৰীয়ে? এই গুৰুত্বপূৰ্ণ প্ৰশ্নও দেশবাসীৰ মনত ডোলা দি ৰৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd