• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিহা-ভৰসা – আপোনাৰ সমস্যা, সমাধান আমাৰ – প্ৰেৰণ কৰক আপোনাৰ সমস্যাটো

গো মাংস ভক্ষণ কৰিছিলোঁ। নিজ ইচ্ছাৰেই কৰিছিলোঁ। এবাৰেই মাথোঁ ভক্ষণ কৰিছিলোঁ। কিন্তু এতিয়া সেই কথাটো মনত পৰিলে পাপবোধ উদয় হয়? আত্মগ্লানি হয়। কি কৰোঁ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2023 4:20 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰশ্ন – ১ : ৰাতি বাহিৰলৈ ওলালেই খুব ভয় লাগে। পিছে পিছে কিবা এটা আহি থকা যেন ভাব হয়। ৰাতি অকলে শুলে বিচনাৰ তলত কিবা এটা সোমাই থকা যেন লাগে। এই ভয়ৰ পৰা মুক্তিৰ উপায় কি? (প্ৰশ্নকৰ্তা – ললিত গগৈ, বয়স – ১৭, মাকুম)

উঃ তুমিও যে! সেয়া তোমাৰ মনৰ ভয়। ঠিক আছে, এটা কাম কৰিবা, লগত টৰ্চ এটা ৰাখিবা। তোমাৰ মনত সন্দেহ হ’লে, চৰ্টটো মাৰি চাবা। যেতিয়া ওচৰে পাজৰে একো নেদেখিবা তুমি নিশ্চিত হ’বা যে ক’তো একো নাই।

Apply Now

প্ৰশ্ন – ২ : মই জন্মসূত্ৰে হিন্দু ধৰ্মৰ মানুহ। মই ধৰ্মত বৰ এটা বিশ্বাস নকৰোঁ। এদিন কিবা এটা মন যোৱাত গো মাংস ভক্ষণ কৰিছিলোঁ। নিজ ইচ্ছাৰেই কৰিছিলোঁ। এবাৰেই মাথোঁ ভক্ষণ কৰিছিলোঁ। কিন্তু এতিয়া সেই কথাটো মনত পৰিলে পাপবোধ উদয় হয়? আত্মগ্লানি হয়। কি কৰোঁ? (প্ৰশ্নকৰ্তা – দিগন্ত বনিয়া, বয়স – ২৬, ওদালগুৰি)

উঃ এইটো এফালৰ পৰা সহজ আৰু আন এফালৰ পৰা জটিল।গো মাংস বিশ্বৰ এক বুজন সংখ্যক লোকৰ খাদ্য।কিন্তু, সাধাৰণতে হিন্দু  সকলৰ কাৰণে গো মাংস নিষেধ।ধৰ্ম কেৱল ধৰ্ম নহয়,তাৰ লগত সংস্কৃতিৰো এক সম্পৰ্ক আছে।মনৰ মাজত খুদুৱনি আৰু সন্দেহ থাকিলে এইবোৰ কাম নকৰাই ভাল।কিন্তু, মই এনে বহুত হিন্দু মানুহৰ কথা জানো তেওঁলোকে আৰামত গো মাংস ভক্ষণ কৰে। বিদেশত থকা সকলৰতো কথাই নাই।

প্ৰশ্ন – ৩ : মই এজন ছাত্ৰ। এইবাৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। পৰীক্ষা যিমান ওচৰ চাপি আহে সিমানেই মনটো চঞ্চল হয়। বাহিৰা কথাবোৰে মনটো আগুৰি ধৰে। পঢ়াত একাগ্ৰতা আনিবলৈ কিবা উপায় দিব নেকি? (প্ৰশ্নকৰ্তা – নাম ঠিকনা প্ৰকাশত অনিচ্ছুক)

উঃ এনে এটা উপসৰ্গ আছে।কিন্তু, তুমি মনটো বান্ধিব পাৰিব লাগিব।তুমি সদায় নিৰ্দ্দিষ্ট সময় এটা পাঠ্যপুথি পঢ়াৰ কাৰণে ৰাখিবই লাগিব।সেই সময়ত অইন কথা বন্ধ। সেইটো নকৰিলে

 নহ’ব।

প্ৰশ্ন – ৪ : মই নিজকে এজন সচেতন যুৱক বুলি ভাবোঁ। সমাজত ঘটি থকা ঘটনাৰাজী তথা সমাজৰ চিষ্টেমটোৰ প্ৰতি মোৰ বিৰাগ জন্মিছে। মই ভাবোঁ, আদৰ্শগত ৰাজনীতিৰ মাধ্যমেৰেহে এই সমস্যাবোৰ সমাধান কৰিব পৰা যাব। বুজি পাওঁ যে হাতত ৰাজনৈতিক ক্ষমতা নাথাকিলে সমাজখন সংস্কাৰ কৰাটো বৰ কঠিন। মই সক্ৰিয় ৰাজনীতিত যোগ দিব খুজিছোঁ। কোনটো দল বা কেনে আদৰ্শগত ৰাজনীতি মানি চলা দলত যোগদান কৰোঁ? ( অজিৎ কুমাৰ ঘৰফলীয়া, ৩৫, মৰিয়নি)

উঃ এইটো প্ৰশ্নৰ মই কি উত্তৰ দিওঁ? মই নিজে উদাৰ মানৱতাবাদ আৰু সমাজ গণতন্ত্ৰৰ অদৰ্শত বিশ্বাসী।ভাৰতৰ বৰ্তমান পৰিস্থিতিত যিটো ৰাজনৈতিক দলে বা যিবোৰ ৰাজনৈতিক দলে সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানৰ স্বতন্ত্ৰতা ৰক্ষাৰ ওপৰত গুৰুত্ব দিছে মোৰ সমৰ্থন তেওঁলোকৰ পক্ষত থাকিব। তোমাক মই এটা প্ৰত্যক্ষ উত্তৰ দিব নোৱাৰিলোঁ।

(উত্তৰদাতা- অৰিন্দম বৰুৱা)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd