• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ প্ৰতিশ্ৰুতি অসাৰ; জীৱনটো হাতৰ মুঠিত লৈ বিপদ সংকুল যাত্ৰা কণ কণ শিশুৰ

ইয়াছিন আলী by ইয়াছিন আলী
November 21, 2019 4:37 pm
20191121_090027

শৌলমাৰীৰ পোকালাগী নদীৰ ওপৰৰ জৰাজীৰ্ণ বাঁহৰ সাঁকো। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টি তথা বিধায়ক আব্দুল হাই নাগৰিৰ সমষ্টিৰ অন্তৰ্গত শৌলমাৰীত বিধায়ক তথা চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা নাইকীয়া হৈছে।

স্বাধীনতাৰ আজি ৭২ বছৰ পাৰ হৈ যোৱাৰ পাছতো শৌলমাৰীৰ পোকালাগী নদীৰ ওপৰত আজিকোপতি নহ’ল এখন কাঠৰ দলং। বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিছে, বিভিন্ন আঁচনি ৰূপায়ন কৰিছে কিন্তু কোনো আঁচনিৰ অধীনত নপৰিল শৌলমাৰীৰ এই খন দলং।

Apply Now

বিগত সময়ত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসন কালত কংগ্ৰেছ চৰকাৰৰ সু-দৃষ্টি নপৰিল এই গাওঁখনলৈ। এইটো সমষ্টিৰ পৰা একেৰাহে এ জি পি দলৰ চাৰি বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ভূপেন ৰায়।

সুদীৰ্ঘ ২০ টা বছৰ বুকু ভৰা আশা লৈ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল ভূপেন ৰায়ক কিন্তু আশানুৰূপ ফল নাপালে শৌলমাৰীবাসী ৰাইজে। বিভিন্ন সময়ত ভূপেন ৰায়ক এই বিষয়ে অৱগত কৰা হৈছিল যদিও ভূপেন ৰায়ে “হব বাৰু চাম বাৰু দিম বাৰু’ কৈ সান্তনা দিছিল গাঁৱৰ ৰাইজক।

একেৰাহে চাৰিবাৰ বিধায়ক হোৱাৰ পাছতো যেতিয়া দলং খন নহ’ল তেতিয়া ৰাইজৰ বিকল্প চিন্তাৰ ফলত সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ বৰ্তমান বিধায়ক হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে আব্দুল হাই নাগৰি।

জানিব পৰা মতে, নাগৰিকো বাৰম্বাৰ অনুৰোধ জনাই আহিছে এই দলংখনৰ বাবে কিন্তু ৰাইজৰ কথাত কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে অঞ্চলব্যাপী। উল্লেখ্য যে এই খন সাকোৰ ওপৰেদি প্ৰায় ১০/১২ খন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাৰ লগতে প্ৰায় ২৫-৩০ খন গাঁৱৰ ৰাইজে অনৱৰতে চলাচল কৰিব লগা হয়।

20191121_090038
ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰা শৌলমাৰীৰ পোকালাগী নদীৰ ওপৰত বাঁহৰ সাঁকো। ফটো: নৰ্থইষ্ট নাও

সাঁকোখনৰ সিপাৰত এখন সাপ্তহিক বজাৰো আছে যাৰ বাবে ব্যৱসায়ী সকলে মাল বস্তু পাৰাপাৰ কৰাত এক প্ৰকাৰ যমৰ যাতনাত ভুগিব লগা হৈছে।

বাৰিষা কালত নদীৰ বাঢ়নী পানীয়ে দলং খন যেতিয়া উঠাই নিয়ে তেতিয়া দুয়োপাৰৰ ৰাইজৰ মাজত সম্পূৰ্ণ  যাতায়ত বিচ্ছিন্ন হয় আৰু বিদ্যালয়লৈ যাব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকল। প্ৰতি বছৰে সাঁকোখন ৰাইজৰ গাঁঠিৰ ধন ব্যয় কৰি  নিৰ্মাণ কৰা হয়।

দলং খন প্ৰতি বছৰ নিৰ্মাণ কৰোতে ১-১৫০ লাখ টকা খৰছ হয় যি টকা সমূহ শৌলমাৰীবাসী ৰাইজে ভৰিব লগা হয়। এই বছৰ দলং খন নতুনকৈ নিৰ্মাণ কৰোতে আনুমানিক ১ লাখ ২০ হাজাৰৰ ওপৰত খৰচ হোৱা বুলি জানিব দিয়ে স্থানীয় ৰাইজে।

দলংখনেৰে জীৱনটো হাতৰ মুঠিত লৈ বিপদ সংকুল ভাবে যাতায়ত কৰিব লগা হয় কণ কণ শিশু তথা ছাত্ৰ-ছাত্ৰী সকলে যাৰ বাবে বৰকৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।

শৌলমাৰী গাৱঁৰ পোকালাগী নদীৰ ওপৰত এখন কাঠৰ দলং হ’লেও নিৰ্মাণ কৰি দি এই যমৰ যাতনাৰ পৰা ৰক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰ তথা গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে আহ্বান জনাইছে।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd