• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় নাগৰিকত্ব ত্যাগঃ মনে মনে আমেৰিকাৰ নাগৰিক দিলজিৎ দোছাঞ্জ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2026 11:52 am
186
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজকে গৌৰৱান্বিত পঞ্জাৱী বুলি দাবী কৰা দিলজিৎ দোছাঞ্জে হয়তো মনে মনে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, ২০২২ চনৰ আশে-পাশে তেওঁ মনে মনে আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। আটাইতকৈ আচৰিত কথাটো হ‘ল যে আমেৰিকান নাগৰিক হোৱাৰ পিছতো তেওঁ নিজৰ ভাৰতীয় আৰু পঞ্জাৱী পৰিচয়টোকে ব্যৱহাৰ কৰি জনপ্ৰিয়তা অৰ্জন কৰি থাকিল। মানুহৰ আগত তেওঁ নিজকে মাটিত খামুচি থকা এজন পঞ্জাৱী ল‘ৰা হিচাপেই উপস্থাপন কৰিছিল, যিয়ে পঞ্জাৱ আৰু ভাৰতক বিশ্ব দৰবাৰলৈ লৈ গৈছে আৰু ইয়াৰ পৰাই তেওঁ ব্যৱসায়িক লাভালাভ আদায় কৰিছিল।

দোছাঞ্জে নিজৰ সমগ্ৰ ৰাজহুৱা ভাৱমূৰ্তিটো ভাৰতৰ মাটি- বায়ুৰ সৈতে সংপৃক্ত বুলি গঢ়ি তুলিছিল। মানুহে তেওঁক কেৱল সংগীতৰ বাবেই নহয়, তেওঁৰ ভাৰত আৰু পঞ্জাৱৰ প্ৰতি থকা ভালপোৱাৰ বাবেও আঁকোৱালি লৈছিল। কিছুমানে হয়তো ক‘ব পাৰে যে পঞ্জাৱ আৰু ভাৰত বেলেগ, কিন্তু পঞ্জাৱ ভাৰতৰে এক অবিচ্ছেদ্য অংগ। যেতিয়া তেওঁ নিজকে পঞ্জাৱী বুলি কয়, তেতিয়া মানুহে এজন ভাৰতীয় পঞ্জাৱীক বিশ্বত উজলি উঠা দেখে। প্ৰতিবেদন অনুসৰি, ২০২৩ চনত কোচেলাত অনুষ্ঠান পৰিৱেশন কৰা, ২০২৪ চনত মেট গালাত পঞ্জাৱৰ ঐতিহ্য প্ৰদৰ্শন কৰা আৰু ২০২৫ চনত বৰ্ডাৰ ২ ছবিত পৰম বীৰ চক্ৰ বিজয়ী নিৰ্মল জিৎ সিং ছখোঁৰ চৰিত্ৰত অভিনয় কৰাৰ আগতেই তেওঁ আমেৰিকাৰ নাগৰিক হৈছিল। মাতৃভূমিৰ হৈ প্ৰাণ আহুতি দিয়া এজন বীৰৰ চৰিত্ৰত অভিনয় কৰা দিলজিতক মানুহে এজন ভাৰতীয় হিচাপেই আকোঁৱালি লৈছিল।

Apply Now

মানুহৰ মনত এতিয়া প্ৰশ্ন উঠিছে যে যদি নাগৰিকত্ব সলনি কৰাটো ইমানেই সাধাৰণ কথা, তেন্তে তেওঁ কিয় এই কথাটো লুকুৱাই ৰাখিছিল? তেওঁৰ পাগুৰি, পঞ্জাৱী ভাষা আৰু নিজৰ সংস্কৃতিৰ প্ৰতি থকা আনুগত্যই সদায় তেওঁক নিজৰ মাটিৰ সৈতে বান্ধি ৰাখিছিল। ভাৰতীয় দৰ্শকৰ চেলিব্ৰিটিসকলৰ সৈতে এক সুকীয়া আৱেগিক সম্পৰ্ক থাকে। আমি আমাৰ তাৰকাসকলৰ আন্তঃৰাষ্ট্ৰীয় সফলতাক নিজৰ সফলতা বুলি গণ্য কৰোঁ। কোনেও কোৱা নাই যে প্ৰব্ৰজন কৰাটো কোনো বিশ্বাসঘাতকতা, কিন্তু ভাৰতীয় আৱেগৰ ওপৰত নিজৰ কেৰিয়াৰ গঢ়ি তুলি প্ৰকৃত সত্যটো লুকুৱাই ৰখাটোহে আটাইতকৈ দুখৰ বিষয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd