• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙৰ দিয়ুং নৈত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 28, 2020 4:55 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাংগলিক অনুষ্ঠানৰ যোগেদি হাফলঙৰ দিয়ুং নৈত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিলে ডিমা হাছাও জিলা কংগ্ৰেছ কমিটিয়ে।

চিতাভষ্ম বিসৰ্জন দিয়াৰ আগতে হাফলং ৰাজীৱ ভৱন চৌহদত এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। য’ত হিন্দু খ্ৰিষ্টান আৰু ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ পাঠ কৰা হয়।

Apply Now

ইয়াৰ পাছত সুসজ্জিত বাহনেৰে দিয়ুং নৈৰ ঘাটলৈ লৈ যোৱা হয় প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্ম।

আজি দিয়ুং নৈৰ পানীত প্ৰিয় নেতা প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্মৰ কলচি বিসৰ্জন দি জিলা কংগ্ৰেছৰ নেতাকৰ্মী সকলে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

হিন্দু ধৰ্মৰ পবিত্ৰ গীতা চুনিলাল ভট্টাচাৰ্যই পাঠ কৰাৰ উপৰি বাইবেল পাঠ কৰে ওভাষ্টিং পাচ’ৱান আৰু কোৰানৰ পাঠ কৰে নুৰ মহম্মদ লস্কৰে।

উক্ত শ্ৰদ্ধাঞ্জলি তথা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত উপস্থিত থাকে ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংঠাচা, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কালিজয় চেঙগুইন, প্ৰাক্তন ইএম লক্ষ্যমণি লাংঠাচা, প্ৰাক্তন ই এম মায়ানন কেমপ্ৰাই, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিমাদ্ৰিকা বাঠাৰি, পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ তুষাৰকান্তি দেব, প্ৰবীণ নেত্ৰী ছফিয়া খান দেথাং নাইডিং, মনজিত লাংঠাচা, জেক দাউলাগুপু, চনম লামা আদি।

ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংঠাচায় কয়, ‘প্ৰয়াত মুখ্য মন্ত্ৰী তৰুণ গগৈৰ ৰাজ্যৰ প্ৰতি বহুতো অৱদান আছে। তেওঁ যেতিয়া ২০০১ চনত ৰাজ্যৰ মুখ্য মন্ত্ৰী হিচাপে দায়িত্বভাৰ চম্ভালি লৈছিল তেতিয়া ৰাজ্যৰ আৰ্থিক অৱস্থা শোচনীয় আছিল। চৰকাৰী কৰ্মচাৰী সকলক দৰমহা দিয়াত সমস্যা হৈছিল। ৰাজ্যৰ আইন শৃংখলা ব্যবস্থাৰো চৰম অৱনতি ঘটিছিল। তেনে পৰিস্থিতিৰ পৰা ৰাজ্যক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল’।

তেওঁ লগতে কয়, ‘অকল এয়াই নহয় অসমৰ উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰতো তৰুণ গগৈৰ অবদান কোনেও নুই কৰিব নোৱাৰিব। আজি ডিমা হাছাও জিলাত শান্তি স্থাপনৰ অন্যতম ব্যক্তি হ’ল প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত তৰুণ গগৈ। তেওঁৰ মৃত্যু ৰাজ্যবাসীৰ কাৰণে অপূৰণীয় ক্ষতি। আমি তেওঁক পাহৰিলে নহ’ব। তৰুণ গগৈৰ কাৰণে যি সকলে ব্যক্তিয়ে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে তেওঁলোকেও এইগৰাকী ব্যক্তিক শ্ৰদ্ধা জনাব লাগে’।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd