• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকাত ব্যৱহাৰ হোৱা ঔষধৰ ৬০ শতাংশ ভাৰতীয় : আই চি এম আৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 15, 2020 8:35 am

1 min read

আমেৰিকাত ব্যৱহাৰ হোৱা ঔষধৰ ৬০ শতাংশ ভাৰতীয় : আই চি এম আৰ
339
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহাৰ হোৱা ৬০ শতাংশ ঔষধ ভাৰতীয় বুলি মঙলবাৰে মন্তব্য কৰে ভাৰতীয় চিকিৎসা বিজ্ঞান গৱেষণা সংস্থাৰ মুখ্য নিৰ্দেশক বলৰাম ভাৰ্গৱে।

”ভাৰতক বিশ্বৰ ফাৰ্মাচী হিচাপে গণ্য কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহাৰ হোৱা ৬০ শতাংশ ঔষধ ভাৰতীয় মূলৰ,” আই চি এম আৰৰ মুখ্য নিৰ্দেশক গৰাকীয়ে এইদৰে কয়।

আনহাতে, ভাৰ্গৱে আমেৰিকা আৰু য়ুৰোপকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হোৱা ঔষধৰ ৬০ শতাংশ ঔষধ ভাৰতীয় বুলিও লগতে কয়।

আনহাতে, আই চি এম আৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ভেকচিনৰ নিৰ্মাণৰ কাম খৰটকীয়া কৰিছে বুলি জানিবলৈ দিয়ে।

ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে আই চি এম আৰে প্ৰস্তুত কৰি উলিয়াবলগীয়া ভেকচিনে সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিব বুলি উল্লেখ কৰি ইয়াৰ মানৱ পৰীক্ষণ আৰম্ভ হৈছে বুলি কয়।

তদুপৰি, বলৰাম ভাৰ্গৱে ভেকচিন নোলোৱা পৰ্যন্ত জনসাধাৰণক সামাজিক দূৰত্ব, হাত ধোৱা আৰু মাস্ক পৰিধান কৰি থাকিবলৈ আহ্বান জনায়।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd