• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন ডি এফ বি (সং)ক আলোচনালৈ অহাৰ আহ্বান আৰক্ষী সঞ্চালক প্ৰধানৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 17, 2020 6:17 pm

1 min read

Assam DGP

ভাস্কৰ জ্যোতি মহন্ত

2.2k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰৰ সৈতে ১৬ জানুৱাৰিত যুদ্ধ বিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিছে ৰাজ্যৰ অন্যতম বড়ো বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ চাওৰাইগৌৰা গোটে।

বিদ্ৰোহী সংগঠনটোৰ চাওৰাইগৌৰা গোটে যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰা প্ৰসংগত আজি উলুবাৰিস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

‘‘বিদ্ৰোহী সংগঠনটোৰ সভাপতি অমৰ বসুমতাৰী আৰু তেওঁৰ লগৰ ২৭ জন বিষয়ববীয়া মূলসুঁতিলৈ ঘূৰি আহিছে। তেওঁলোকক আদৰণি জনাইছো। অতি শীঘ্ৰে এক চুক্তি স্বাক্ষৰ হ’ব। সাধাৰণ সম্পাদক ৰঞ্জিত বসুমতাৰী ওৰফে বি ফেৰেঙ্গা, বি দৈমালো (বিত্ত সম্পাদক) মূলসুঁতিলৈ উভতি আহিছে,’’ ভাস্কৰ জ্যোতি মহন্তই কয়।

সকলোৱে বুজা পৰাৰ মাধ্যমেৰে শান্তি প্ৰক্ৰিয়াক আগবঢ়াই নিব লাগিব বুলি মন্তব্য কৰি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে এন ডি এফ বিৰ সংবিজিত গোটকো মূলসুঁতিলৈ উভতি অহাৰ বাবে আহ্বান জনায়।

আনহাতে,  আজিৰ তাৰিখত এন ডি এফ বি বিৰোধী আলোচনা প্ৰায় নাই বুলিয়ে ক’ব পাৰি বুলি উল্লেখ কৰি মহন্তই এতিয়াও চাওৰাইগৌৰা গোটৰ দুজন কেডাৰে চুক্তিত স্বাক্ষৰ কৰিবলৈ বাকী আছে বুলি কয়।

কেডাৰ দুগৰাকীৰ সৈতে বৰ্তমানো যোগাযোগ অব্যাহত ৰখা হৈছে বুলি জানিবলৈ দিয়ে মহন্তই।

এতিয়াও মূলসুঁতিলৈ উভতি নহা কেডাৰ দুগৰাকী হ’ল ক্ৰমে কে বাথা আৰু জি বিদায়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd