• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

দা লিটিল মাৰমেইড – এখন চিনেমাৰ কথাৰে

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
June 21, 2023 12:19 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰমেইড অৰ্থাৎ জলপৰী বা মৎসকন্যা। এণ্ডাৰচনৰ সাধু পঢ়াসকল এই কাহিনীৰ বিষয়ে অৱগত। এই কল্পকাহিনীৰ আলমত ১৯৮৯চনত ডিজনীয়ে একে নামেৰেই এই ছবিখন নিৰ্মাণ কৰিছিলে। যেতিয়াৰ পৰা এই ছবিখন নিৰ্মাণৰ কথা চলিছিলে,তেতিয়াৰে পৰাই ছবিখনক লৈ যথেষ্ট জল্পনা-কল্পনাও চলিছিলে। গত ৮মে’ তাৰিখে মুক্তিপ্ৰাপ্ত এই ছবিখন বৰ্তমানেও চিত্ৰগৃহত চলি আছে। পৰিচালনা ৰব মাৰ্ছেলৰ আৰু চিত্ৰনাট্য-ডেভিড মেগীৰ। এই ছবিৰ নিৰ্মাণৰ প্ৰকাৰক- “লাইভ এক্সন এডাপচন”- বুলি কোৱা হয়।

চিনেমাৰ আৰম্ভণি ঘটে জোৱাৰ-ভাটাৰ নীলাভ ৰঙৰ মাজত। দৃষ্টিনন্দন সাগৰ আৰু সাগৰতলীৰ ৰাজ্য এটলান্টিকাৰ আটাইতকৈ সৰু ৰাজকুমাৰী এৰিয়েল আন ৰাজকুমাৰীকেইজনীৰ দৰে নহয়। এৰিয়েল আনুসান্ধিৎসু,উৎসুক আৰু নিত্যনতুনতাৰ প্ৰতি আগ্ৰহী। সাগৰতলীৰ বাদেও বাহ্যিক পৃথিৱীখন চাবৰ অপাৰ আগ্ৰহ। এইখিনিতে দা লিটিল মাৰমেইডক ২০২১বৰ্ষৰ ডিজনীৰেই এনিমেটেড ছবি-“লুকা”ৰ লগত এক সংযোগ দেখিবলৈ পোৱা যায়। মাথোঁ দা লিটিল মাৰমেইডতকৈ লুকা এখন ছবিৰূপে বহুগুণে উন্নত আছিল। আৰু এইখিনিৰে পৰাই ছবিখনৰো উত্থানৰ এক বিৰাট সুযোগ আছিলে। আৰম্ভণিৰে পৰাই সাংগিতীক কল্পকাহিনীৰ ছবি যিহেতু গীতৰ প্ৰয়োগ আছে। ডিঅ’ন বীবেৰ আলোকশিল্পৰ কাম চকুত লগা সমগ্ৰ চিনেমাখনতেই। পিছে ডিজনীৰ এই মহা-আয়োজনৰ ছবিখনত অতিকৈ মন্থৰ গতিৰ বাবে অতি আমনিদায়ক এখন ছবি হৈ ৰ’ল। আৰু চিত্ৰনাট্যত থকা খুঁ‌টৰ বাবে কোনো সময়তেই কোনোধৰণৰেই আৱেগ-বিষাদ,আনন্দ,প্ৰেম,যন্ত্ৰণা,কূটিলতা,জটিলতা তথা হাস্যৰস একোৰেই লগতেই সংযুক্ত হোৱাৰ থলেই নাছিল। ৰাজকুমাৰ-ৰাজকুমাৰীৰ প্ৰেম,প্ৰেমত বাধা,বাধা নেওচি মিলন-আদিবোৰৰ কল্পকাহিনীৰ কথন হয়তোবা কিবাকৈ শিশুৰ বাবে মনোৰঞ্জক হ’ব পাৰে,কিন্তু প্ৰাপ্তবয়স্কসকলৰ বাবে এই ছবিখনৰ দুঘন্টাৰ দৈৰ্ঘ্য পাৰ কৰা কঠিন। এক কথাত ডিজনীৰ এই বৃহৎ আয়োজন এক ব্যৰ্থ প্ৰয়াসৰ বাদে আন একো নহয়। 

Apply Now

ৱেইট স্মিথৰ সম্পাদনাৰ দিশ ভাল। এলেন মেনকেনৰ আৱহ- সংগীতৰ লগতেই সংগীত পৰিচালনাৰ সামগ্ৰিক দিশটিও ভাল লগা এক অংশ ছবিখনৰ। হাল্লে বেইলীয়ে মূখ্য চৰিত্ৰত অৰ্থাৎ মাৰমেইড এৰিয়েলৰ চৰিত্ৰত অভিনয় কৰিছে।

-ৰিমলী বৰকটকী।

মেইল- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm
অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd