• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰে পৰা আইপিএফৰ অনিৰ্দিষ্টকালীন ডিমা হাচাও বন্ধ; কঠোৰ জিলা প্ৰশাসন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
February 11, 2020 6:58 am
FB_IMG_1581339182498

বন্ধৰ মোকাবিলা কৰিবলৈ সাজু জিলা প্ৰশাসন। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিজেনাছ পিপুলচ ফ’ৰামে মঙ্গলবাৰৰ পৰা আহ্বান জনোৱা অনিৰ্দিষ্টকালীন ডিমা হাচাও জিলা বন্ধক কেন্দ্ৰ কৰি পাৰ্বত্য জিলাৰ সাধাৰণ ৰাইজৰ মাজত চেপা উত্তেজনা বিৰাজ কৰিছে।

অবশ্যে বন্ধ প্ৰত্যাহাৰৰ কাৰণে জিলা প্ৰশাসনৰ উপৰি অল এপেক্স বডি কোঅৰ্ডিনেশ্যন কমিটিৰ ফালৰ পৰা আইপিএফক আহ্বান জনোৱা হৈছে যদিও বন্ধ যে প্ৰত্যাহাৰ নহয় এয়া স্পষ্ট হৈ পৰিছে।

Apply Now

আইপিএফে নিজৰ দাবী সন্দৰ্ভত কোনো ধৰণৰ আপোচত মান্তি হোৱা নাই।

আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে  আৰু অহা বুধবাৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ’ব।

এনে পৰিস্থিতিত ইণ্ডিজেনাছ পিপুলচ ফ’ৰামে অনিৰ্দিষ্টকালীন জিলা বন্ধ প্ৰত্যাহাৰৰ ক্ষেত্ৰত কোনো আগ্ৰহ দেখুওৱা নাই।

আইপিএফৰ সম্পাদক এল লিমা কেইভমে কয় যে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত পৃথক জিলা গঠনৰ উপৰি পৃথক স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীত আইপিএফৰ দীঘলীয়া আন্দোলনৰ এক দশক সম্পূৰ্ণ হৈছে।

কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনোও ব্যৱস্থা লোৱা নাই। অকল এয়াই নহয় চৰকাৰে গঠন কৰি দিয়া টাস্ক ফ’ৰ্চৰ প্ৰতিবেদনো কাৰ্যকৰী হোৱা নাই ।

ইপিনে বন্ধ প্ৰত্যাহাৰ আহ্বান জনাইছে অল এপেক্স বডি কোঅৰ্ডিনেশ্যন কমিটিয়ে। দেওবাৰলৈ জিলা প্ৰশাসনৰ সৈতে এপেক্স বডিৰ প্ৰতিনিধি দলে বৈঠক কৰাৰ পাছত সোমবাৰে উক্ত প্ৰতিনিধি দল আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈৰ সৈতে মিলিত হৈ বন্ধ সন্দৰ্ভত আলোচনা কৰে।

এপেক্স বডি কোঅৰ্ডিনেশ্যন কমিটিৰ সাধাৰণ সম্পাদক এছ চাঙছানে কয় যে সোমবাৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে। আনহাতে, অহা বৃহস্পতিবাৰৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষা। এনে সময়তে অনিৰ্দিষ্টকালীন বন্ধই ছাত্ৰ সমাজক অধিক ক্ষতি কৰিব।

চাঙছানে লগতে কয়, ‘আইপিএফৰ নিজৰ দাবী আগত ৰাখি আন্দোলন গঢ়ি তোলাত আমাৰ আপত্তি নাই। কিন্তু পৰীক্ষাৰ পাছত হ’লে ছাত্ৰ সমাজ উপকৃত হ’ব। কিয়নো বিশেষকৈ হাফলঙত বহুত দূৰ দূৰনিৰ পৰা অভিভাৱক সকলে নিজৰ সন্তানক লৈ পৰীক্ষাৰ কাৰণে চহৰত উপস্থিত হয়। বন্ধ হ’লে সকলো ধৰনৰ যানবাহন বন্ধ থাকিব। তেতিয়া অহা যোৱা কৰাটো কঠিন হৈ পৰিব।‘

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত চাঙছানে কয় যে আইপিএফৰ আন্দোলনক সমৰ্থন কৰা সকল নিশ্চয় এই বন্ধৰ পক্ষত থাকিব। তাত কব লগা একো নাই।

নৱাগত আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈয়ে কয় যে আমি বন্ধ মোকাবিলা কৰাৰ কাৰনে সম্পূৰ্ণ ভাৱে সাজু হৈছো। আইন শৃংখলা ভংগকাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব। লগতে সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণ ৰ কাৰনে অতিৰিক্ত নিৰাপত্তা অনা হৈছে বুলি আমাক জানিবলৈ দিয়ে।

ইপিনে বন্ধৰ সময়ছোৱাত পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ চৰকাৰী বিভাগৰ কৰ্মচাৰী সকলক নিজ নিজ কাৰ্যালয়ত উপস্থিত থকাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd