• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিজনক দোষী সাব্যস্ত কৰি হোজাইৰ লায়েক উদ্দিন হত্যাকাণ্ডৰ ৰায়দান আদালতৰ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
March 19, 2019 9:57 pm
https://assam.nenow.in/wp-content/uploads/2019/03/murder.jpg

প্ৰতিনিধিত্বমূলক ফটো। উৎস-ইণ্টাৰনেট

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আজি দুবছৰ আগত সংঘটিত হোজাই জিলাৰ ভয়াবহ মোৰঝাৰ লায়েক উদ্দিন হত্যাকাণ্ডৰ ৰায়দান দিয়ে। আদালতে হত্যাকাণ্ডৰ লগত জড়িত তিনিজন লোকক সাক্ষ্য-প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত কৰে।

২০১৬ চনৰ ১৩ মাৰ্চত হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত সাৱাজপুৰত এদল লোকে অতি পৰিকল্পিত ভাৱে চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰিছিল মোৰাঝাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী  লায়েক উদ্দিনক৷

Apply Now

উল্লেখযোগ্য যে, মোৰাঝাৰৰ সাৱাজপুৰৰ বাসিন্ধা লায়েক উদ্দিনৰ হত্যাৰ পিছত ঘটনা সম্পৰ্কত মৃত লায়েক উদ্দিনৰ পিতৃ আব্দুল লতিফে মোৰাঝাৰ আৰক্ষী থানাত জালাল উদ্দিন, ছাদ্দাম হুছেইন, ইছলাম উদ্দিন, শ্বৰিফ উদ্দিন, নেছাৰুন নেছা, দিলৱাৰা বেগম আৰু আলী আচকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷ এজাহাৰৰ ভিত্তিত মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়া অজিত টেৰনে হত্যাকাণ্ড সন্দৰ্ভত  ৩৫/১৬ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি), ৩৮৭,৩০২,৩২৫ ধাৰাত গোচৰ পঞ্জীয়ণ কৰি তদন্ত আৰম্ভ কৰে ৷

আৰক্ষীৰ তদন্তৰ অন্তত আদালতত মোৰাঝাৰৰ আৰক্ষীয়ে সাতজন ব্যক্তিৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰে ৷ শংকৰদেৱ নগৰস্থিত অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত ৩৬/১৬ নম্বৰত গোচৰটোৰ শুনানি চলে ৷ শুনানি প্ৰক্ৰিয়াৰ অন্তত অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ এন এচ দেউৰীৰ আদালতে ৰায়দান দিয়ে ৷

আদালতে হত্যাত অভিযুক্ত ছাদ্দাম হুছেইন, ইছলাম উদ্দিন, শ্বৰীফ উদ্দিনক দোষী সাব্যস্ত কৰে ৷ আদালতে ২৫ মাৰ্চত অভিযুক্তৰ শাস্তিৰ ৰায় ঘোষণা কৰিব ৷ আদালতত চৰকাৰী পক্ষ অৰ্থাৎ ভুক্ত ভোগীৰ হৈ লোক অধিবক্তা অমৰজ্যোতি শইকীয়া আৰু অভিযুক্ত সকলৰ হৈ ওকালতি কৰে ৰাজেশ কুমাৰ আগৰৱালাই ৷

আনহাতে, আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰে নিহত লায়েক উদ্দিনৰ উদ্দিনৰ পৰিয়ালৰ লগতে হোজাই জিলাৰ বিভিন্ন দল-সংগঠনে।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd