• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোৱাটছ্এপ ব্যৱহাৰত সতৰ্ক হওক; নিম্নোক্ত চাৰিটা ভুল কেতিয়াও নকৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2020 6:46 pm
হোবাটছএপ
95.6k
VIEWS
Share on FacebookShare on Twitter

হোৱাটছ্এপ হৈছে আমাৰ দৈনন্দিন জীৱনৰ অতি লাগতিয়াল এটি অনলাইন যোগাযোগৰ মাধ্যম। আমাৰ পাত্যহিক জীৱনৰ পৰা হোৱাটছ্এপক বাদ দিব নোৱাৰি। তলত উল্লেখ কৰা চাৰিটা কথা মন নকৰিলে আপুনি হোৱাটছ্এপৰ যোগে সমস্যাত পৰিব পাৰে। কাৰণ হোৱাটছ্পৰ আপোনাৰ কিছুমান ব্যক্তিগত ইনফ’ৰ্মেশ্যন লাভ কৰি কিছু চতুৰ তথা দুষ্ট প্ৰকৃতিৰ লোকে আপোনাৰ ক্ষতি কৰিব পাৰে।

হোৱাটছ্এপত অচিনাকী মানুহক আদৰি নল’ব

যিবোৰ লোকৰ সৈতে আপোনাৰ যোগাযোগ নাইকিয়া হৈ গৈছে তেনে লোকৰ নম্বৰবোৰ ফোনৰ কন্টেক লিষ্টৰপৰা ৰিম’ভ কৰি থাকিব। যদি আপোনাৰ তেনে কোনো লোকৰ সৈতে যোগাযোগ কৰিবলগীয়া হ’লেও হোৱাটছ্এপৰ সৈতে নকৰিব।

প্ৰফাইল ফ’টোত অধিক ইনফ’ৰ্মেশ্যন প্ৰকাশ নকৰিব

প্রফাইল ফ’টো হিচাপে এখন সাধাৰণ ফ’টো ৰাখক। প্ৰফাইল ফ’টোত আপেনাৰ পৰিয়ালৰ অন্য লোকসকল থকা উচিত নহয়। কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ ফোনৰ কন্টেক লিষ্ট থকাত সকলোৱে আপোনাৰ পৰিয়ালৰ বিষয়ে জানিব পাৰিব।

ভেৰিফিকেচন পিন নম্বৰটো নিৰাপদ কৰি ৰাখক

ভেৰিফিকেচন পিনটোৱে আপোনাক চিম কাৰ্ড প্ৰৱঞ্চকৰ পৰা সুৰক্ষিত কৰি ৰাখে। অন্য লোকৰ ফোনত কেতিয়াও আপোনাৰ হোৱাটছ্এপ একাউন্ট নুখুলিব।

ষ্টেটাছবোৰ ৰাজহুৱা কৰি শ্বেয়াৰ নকৰিব

যদি আপুনি হোৱাটছ্এপ ষ্টেটাছ শ্বেয়াৰ কৰে, তেনে সেয়া ৰাজহুৱাকৈ নকৰিব। তেওঁলোকৰ সৈতেহে শ্বেয়াৰ কৰক যিসকলক আপুনি ভালকৈ জানে বা চিনি পায়।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd