• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গাখীৰৰ লগত ভুলতো নাখাব এইকেইটা খাদ্য, নহ’লে ভুগিব বদহজমৰ সমস্যাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2024 8:07 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ এটি বিশেষ খাদ্য হ’ল গাখীৰ। শিশুৰ পৰা আৰম্ভ কৰি সকলো সুস্থ মানুহৰ বাবে গাখীৰ এক উপকাৰী খাদ্য। বহুতে গাখীৰ খাই ভাল পায়। কিন্তু গাখীৰ খোৱাৰ পিছত বহুতৰে পেট বেয়া হোৱা দেখা যায়। কাৰণ গাখীৰত লেক্ট’জ থাকে। লেক্ট’জ বহুতে সহ্য কৰিব নোৱাৰে। 

খোৱাৰ পিছত গাখীৰ খুব সহজে হজম হয়। গাখীৰ খোৱাৰ ফলত হজম সমস্যা নহয়।  কিন্তু গাখীৰ খোৱাৰ পিছত বা গাখীৰৰ লগত কিছুমান খাদ্য খালেই গাখীৰে বদহজমৰ সমস্যাৰ সৃষ্টি কৰে। 

জানো আহকচোন কি কি খাদ্য গাখীৰৰ লগত খোৱা উচিত নহয় – 

ছাইট্ৰাছ ফল 

কেতিয়াও ছাইট্ৰাছ ফল অৰ্থাৎ টেঙা ফল গাখীৰৰ সৈতে খাব নালাগে। যেনে- কমলা, নেমু, আঙুৰ আদি। আৰু এই দুটা খাদ্য একেলগে খালে পেটটো ফুলি উঠিব। বদহজম হ’ব। গতিকে গাখীৰ খোৱাৰ এঘণ্টা পিছত এই ফলবোৰ খাব পাৰে।

টেঙা খাদ্য 

কোনো টেঙা খাদ্যৰ লগত গাখীৰ খাব নালাগে। ই আপোনাৰ পেটত বিষৰ সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে, জলকীয়াযুক্ত কোনো খাদ্য বা দালচেনি থকা কোনো খাদ্য গাখীৰৰ লগত খাব নালাগে।

ফলমূল 

বহু লোকে গাখীৰৰ লগত ফলমূল খাই শৰীৰটো সুস্থ কৰি ৰাখিব বিচাৰে। কিন্তু গাখীৰৰ লগত ফল খোৱাটো একেবাৰেই ভাল নহয়। খালে আপোনাৰ পাচনতন্ত্ৰৰ সমস্যা হ’ব। কেৱল সেয়াই নহয় পেটটো ফুলি উঠিব। বিশেষকৈ কেতিয়াও গাখীৰৰ লগত তৰমুজ খাব নালাগে।

মিঠা খাদ্য

বহুতে গাখীৰৰ লগত চেনি খায়। কিন্তু গাখীৰৰ লগত চেনি খালে বহু লোকৰ গেছৰ সম্ভাৱনা থাকে। যেনে মিঠাই, পেষ্ট্ৰি, কেক একেবাৰে নাখাব। যদি আপুনি গাখীৰৰ সৈতে খায় তেন্তে আপুনি অটমিল, অটছ খাব পাৰে।

গুড় 

শীতকালত সকলোৱে গাখীৰৰ লগত মিহলি গুড় খাই ভাল পায়। গুড়ৰ বহু উপকাৰো আছে। বহুতে শীতকালত গাখীৰৰ লগত মিহলি গুড় খায়।গুড় খোৱাতো হজম শক্তিৰ বাবে অতি উত্তম। কিন্তু কেৱল গুৰ খাব লাগে। গাখীৰৰ লগত গুৰ কেতিয়াও খাব নালাগে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd