• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

সুশাসনৰ যোগ্য নহয় নেকি অৰুণাচল-লাডাখ?: প্ৰশাসনিক বিষয়াক লাডাখ-অৰুণাচললৈ শাস্তিমূলক বদলিত ক্ষোভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2022 12:39 pm
IAS officer dog walking row
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ বিতৰ্কিত প্ৰশাসনিক বিষয়া দম্পতী সঞ্জীৱ খিৰৱাৰ আৰু ৰিংকু ডুগ্গাক কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ আৰু লাডাখলৈ শাস্তিমূলকভাৱে বদলি কৰে। নিজৰ পোহনীয়া কুকুৰৰ ‘সান্ধ্য ভ্ৰমণ’ৰ বাবে দম্পতিহালে ত্যাগৰাজ ষ্টেডিয়ামত অনুশীলন কৰি থকা খেলুৱৈসকলক ষ্টেডিয়াম এৰিবলৈ নিৰ্দেশ দিছিল।

তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পিছতে কেন্দ্ৰীয় চৰকাৰে আমোলা দুগৰাকীৰ বিৰুদ্ধে তৎকালীনভাৱে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে।

Apply Now

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ। এই সিদ্ধান্তৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে অৰুণাচল আৰু লাডাখৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা বুলি অভিযোগ উঠিছে।

যদি এইয়া বিষয়া দুজনৰ প্ৰতি গ্ৰহণ কৰা শাস্তিমূলক ব্যৱস্থাই হয়, তেনে বিষয়াৰ পৰা অৰুণাচল আৰু লাডাখৰ জনতাই সুশাসন লাভ কৰিবলৈ সক্ষম হ’বনে বুলি সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সামাজিক মাধ্যমত এগৰাকী ব্যক্তিয়ে কয়, “ভাৰতীয় সংবাদ মাধ্যমসমূহে ষ্টেডিয়াম বন্ধ কৰি তেওঁলোকৰ পোহনীয়া কুকুৰ খোজ কঢ়োৱা দিল্লীৰ দুজন আইএএছ বিষয়াক অৰুণাচল আৰু লাডাখলৈ বদলি কৰাৰ বিষয়টোকলৈ উৎসাহ প্ৰদৰ্শন কৰিছে। তেওঁলোক মেট্ৰ’ মিডিয়া। সীমান্তৰ ৰাজ্যসমূহৰ সমস্যা আৰু এই সম্পৰ্কীয় বৈধ প্ৰশ্ন সুধিবলৈ তেওঁলোক অক্ষম।”

আন এগৰাকী ব্যক্তিয়ে লিখিছে, “গতিকে লাডাখ আৰু অৰুণাচল প্ৰদেশক বহুতে শাস্তি প্ৰদান কৰা স্থান বুলি গণ্য কৰে! মই ভাবো এইখন এখন ধুনীয়া ঠাই।উত্তৰ-পূবক বৃদ্ধ ৰাজনীতিসকলক ৰাজ্যপাল হিচাপে শাস্তি বা অৱসৰকালীন পোষ্টিং দিয়া স্থান হিচাবেও গণ্য কৰা হয়। এই মানসিকতাৰ কেতিয়াও পৰিৱৰ্তন নহ’ব।”

আন এগৰাকী ব্যক্তিয়ে ক্ষোভ প্ৰকাশ কৰি লিখিছে, “আমি শাস্তি হিচাপে বদলি কৰা লোকসকলক প্ৰেৰণ কৰিবলৈ বাকী ভাৰতৰ বাবে চাইবেৰিয়া নহয়। অৰুণাচল প্ৰদেশ মেধাসম্পন্ন বিষয়াৰ পোষ্টিঙৰ বাবে সঠিকভাৱে সংৰক্ষিত থাকিব লাগে।”

আনহাতে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই বিষয়া দুজনৰ বিৰুদ্ধে কেৱল শাস্তিমূলক বদলিৰ দ্বাৰা গৃহ মন্ত্ৰালয়ে দায়সৰা কৰ্তব্য কৰিছে বুলি অভিযোগ কৰিছে।

তেওঁ লগতে এনে অযোগ্য বিষয়াক অৰুণাচল তথা লাডাখলৈ বদলিৰ দ্বাৰা ৰাজ্যখনক অপমান কৰা হৈছে বুলিও মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd