• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

পিঠিত শালমন হয় নেকি? জানো আহক কেইটামান ঘৰুৱা চিকিৎসা

কিন্তু এই ব্ৰণৰ সমস্যাক যদি আমি গুৰুত্ব সহকাৰে নলওঁ তেন্তে ই অধিক দাগ সৃষ্টি কৰিব পাৰে। পিঠিৰ ব্ৰণ অত্যন্ত অস্বস্তিকৰ। কাপোৰেৰে ঢাকি থোৱা পিঠিখনত আৰু বেছি শালমণ ওলায়। পিঠিৰ ছালখন মুখতকৈও তেলেতীয়া হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2023 12:54 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰমৰ দিনেই হওক বা শীতৰ দিনেই হওক, পুৰুষেই হওক বা মহিলাই হওক। বহুতৰে থাক শালমনৰ সমস্যা। ধূলি, প্ৰদূষণ, বাহিৰৰ খাদ্য খোৱাৰ প্ৰৱণতা, পৰ্যাপ্ত পৰিমাণে পানী নোখোৱা আদি কিছুমান কাৰণত মুখত শালমন বা ব্ৰণৰ সৃষ্টি হয়।

কিন্তু কেৱল মুখখনেই নহয়, বহু লোকৰ পিঠিতো ব্ৰণ থাকে। যদিও আমি মুখমণ্ডলত হোৱা ব্ৰণৰ বিষয়ে সচেতন, তথাপিও আমি পিঠিৰ ব্ৰণৰ বিষয়ে ইমান সচেতন নহয়।

Apply Now

লগতে পঢ়কঃ আপুনি কেতিয়াবা টোপনিতে কথা কয় নেকি ?

কিন্তু এই ব্ৰণৰ সমস্যাক যদি আমি গুৰুত্ব সহকাৰে নলওঁ তেন্তে ই অধিক দাগ সৃষ্টি কৰিব পাৰে। পিঠিৰ ব্ৰণ অত্যন্ত অস্বস্তিকৰ। কাপোৰেৰে ঢাকি থোৱা পিঠিখনত আৰু বেছি শালমণ ওলায়। পিঠিৰ ছালখন মুখতকৈও তেলেতীয়া হৈ পৰে।

 

কিছুমান ঘৰুৱা কৌশলেৰে পিঠিত সৃষ্টি হোৱা এই শালমনৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি –

লগতে পঢ়কঃ বয়স্ক লোকৰ বাবে উপকাৰী যৌন মিলন :: সুখী যৌন জীৱনে দূৰ কৰে হৃদৰোগৰ সম্ভাৱনা

১) অ’টচ-দৈৰ মিশ্ৰণ: এটা বাটিত তিনি চামুচ অ’টচ পাউদাৰ লৈ দুচামুচ টেঙা দৈৰে এটা মিশ্ৰণ তৈয়াৰ কৰি গোটেই পিঠিত লগাব লাগে। মিশ্ৰণ খিনি পিঠিত লগোৱাৰ বিছ মিনিট পিছত এখন টাৱেল গৰম পানীত ডুবাই সেইখনেৰে ভালদৰে মচি দিব লাগে। এই পেকটো সপ্তাহত তিনিবাৰ ব্যৱহাৰ কৰিলে পিঠিত হোৱা শালমনৰ সমস্যা লাহে লাহে কমি আহে।

লগতে পঢ়কঃ প্ৰেমে নামানে বয়সৰ ঠিকনা :: ৫০ বছৰীয়া বাছ চালকৰ প্ৰেমত হাবুডুবু ২৪ বছৰীয়া মহিলা যাত্ৰী

২) চাউলৰ গুড়ি-বিলাহীৰ মিশ্ৰণ: বিলাহী এটা ফেনি লৈ লৈ তাৰ লগত ২ চামুচ চাউলৰ গুড়ি মিহলাই লব লাগে। এনেদৰে সৃষ্টি হোৱ্কা মিশ্ৰণটো পিঠিত আধা ঘণ্টা লগাই থ’ব লাগে। ইয়াৰ পিছত পানীৰে ধুই দিব লাগে। এই মিশ্ৰণট ব্যৱহাৰ কৰাৰ পিছত পিঠিৰ ৰঙা দাগবোৰ নাইকীয়া হ’বলৈ আৰম্ভ কৰিব। লগতে ব্ৰণৰ সমস্যা কমি যাব আৰু আনকি টেনিংৰ সমস্যাও নোহোৱা হ’ব।

লগতে পঢ়কঃ ৬৫,০০,০০০ টকা এবটলৰ দাম! পৃথিৱীৰ আটাইতকৈ দামী পানীবোৰৰ বিষয়ে

৩) হালধী-বেছন মিশ্ৰণ: অলপ কেঁচা হালধী লৈ তাক আটাৰ লগত মিহলাই মিশ্ৰণ বনাব লাগে। এই মিশ্ৰণটো পিঠিত লগাই পোন্ধৰ মিনিট ৰাখি পানীৰে ধুই পেলাব লাগে। তেতিয়া লাহে লাহে পিঠিত হোৱা ছালৰ সংক্ৰমণ কমি আহে। ফলত শালমনবোৰ লাহে লাহে নোহোৱা হয়।

এইদৰে এই তিনিটা সহজ ঘৰুৱা উপায়েৰে যত্ন ল’লে পিঠিত হোৱা শালমনৰ পৰা ৰক্ষা পাব পৰা যায়।

লগতে পঢ়কঃ বিস্ফোৰণৰ পৰা ফোনো বচাওক, নিজেও বাচক; দুটা মাৰাত্মক ভুল কেতিয়াও নকৰিব

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd