• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আপোনাৰ বেংক একাউণ্টত আছে নেকি হিচাপ বিহীন ধন? থাকিলে ভৰিব লাগিব ৮৩ শতাংশ আয়কৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2020 1:16 pm
Money-2-750x430
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনাৰ বেংক একাউণ্টত এনে কোনো ধন আছে নেকি যি ধনৰ উৎস সন্দৰ্ভত আপুনি কোনো পতিয়ন যোগ্য উত্তৰ দিব পৰা নাই?

যদি বেংকৰ একাউণ্টত তেনে কোনো ধন আছে তেন্তে আয় কৰ বিভাগক অতি উচ্চ হাৰত আয়কৰ প্ৰদান কৰিবলৈ সাজু থাকক।

Apply Now

কেৱল বেংকৰ একাউণ্টত থকা হিচাপ বিহীন ধনেই নহয়,যদি বেংকত কোনো নিৰ্ভৰযোগ্য যুক্তি দিব নোৱাৰাকৈ অত্যধিক মাত্ৰাত সোণ,ৰূপ আদিও জমা ৰখা হয় তেন্তে সেই সামগ্ৰীৰ ওপৰতো চকু পৰিছে আয়কৰ বিভাগৰ।

আয়কৰ আইনৰ ৬৯ (ক) ধাৰাৰ অধীনত যিসকল লোকে তেওঁলোকৰ বেংকত জমা ৰখা হিচাপ বিহীন ধন অথবা মূল্যৱান সামগ্ৰীৰ কোনো পতিয়নযোগ্য  উৎসৰ বিষয়ে  উল্লেখ কৰিব নোৱাৰে তেওঁলোকৰ তেনে ধন আৰু সম্পদক সেই বছৰটোৰ আয় হিচাবে গণ্য কৰা হ’ব আৰু ইয়াৰ বাবদ তেনে ব্যক্তিয়ে ৮৩.২৫ শতাংশ আয়কৰ প্ৰদান কৰিব লাগিব।

৮৩.২৫ শতাংশ আয়কৰৰ ভিতৰত ৬০ শতাংশ কৰ, ২৫ শতাংশ অতিৰিক্ত কৰ আৰু ৬ শতাংশ জৰিমনা হিচাবে আদায় কৰা হ’ব।

উল্লেখ্য ২০১৭ চনত বিমুদ্ৰাকৰণৰ পিছতে বহুতে হিচাপ বিহীন বহু ধন  বেংকত জমা কৰিছিল।

তেনে ধনৰ বাবদ বহুতে আয়কৰো আদায় দিয়া নাই।  সেইবাবেই আয়কৰ বিভাগে গ্ৰহণ কৰিছে এনে পদক্ষেপ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am
ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am
নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd