• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 7, 2025 1:20 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা। সমগ্ৰ বিশ্বৰ লগতে অসমতো শনিবাৰে ব্যাপক উৎসাহ উদ্দীপনাৰে ইছলাম ধৰ্মালম্বী ৰাইজে উদযাপন কৰে ঈদ-উজ-জোহা৷পুৱাভাগত ৰাজ্যৰ চুকেকোণে থকা ঈদগ্ৰাহ ময়দানত সমূহীয়া নামাজত অংশ লয় ইছলামধৰ্মী লোক সকলে৷

একেদৰে গুৱাহাটী,শিৱসাগৰ, নলবাৰীটো শনিবাৰে উদযাপন কৰা পৱিত্ৰ ঈদ-উজ-জোহা৷ এই উপলক্ষে পুৱা ভাগত বহু অঞ্চলৰ ঈদগ্ৰাহ ময়দানত অনুষ্ঠিত হোৱা ঈদৰ সমূহীয়া নামাজত অংশ লয় ইছলাম ধৰ্মালম্বী ৰাইজে।

Apply Now

ঈদ-উল-জুহা বা ঈদ-উল আজহা ইছলাম ধৰ্মী লোকসকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ’ল- বকৰ-ঈদ আৰু কোৰবাণী ঈদ।

ঈদ-উল-জোহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা।

বকৰী ঈদ কেৱল ধৰ্মীয় উৎসৱ নহয়; ই মানৱতা, ভাতৃত্ববোধ আৰু ঈশ্বৰৰ প্ৰতি অটল বিশ্বাসৰ প্ৰতীক।

এই উৎসৱত কুৰবানীৰ প্ৰকৃত অৰ্থ কাৰো ক্ষতি কৰা নহয়। বৰঞ্চ নিজৰ স্বাৰ্থ ত্যাগ কৰি ভাল গুণ গ্ৰহণ কৰা।

এই দিনটোত মুছলমান লোকসকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট,গৰু, দুম্বা বা ছাগলী কোৰবাণী দিয়ে। এই কোৰবাণীৰ ইতিহাস বহু প্ৰাচীন।

কিন্তু এই কোৰবাণী কিয় দিয়া হয় জানেনে? জানো আহক এই উৎসৱত কুৰবানীৰ তাৎপৰ্যৰ বিষয়ে। বকৰী ঈদৰ দিনা কুৰবানীৰ পৰম্পৰা হজৰত ইব্ৰাহিম আলাইহিছলামৰ লগত জড়িত। ইছলাম ধৰ্মীয় বিশ্বাস অনুসৰি হজৰত ইব্ৰাহিমৰ ঈমান পৰীক্ষা কৰিবলৈ আল্লাহে তেওঁক অতি মৰমৰ পুত্ৰক বলি দিবলৈ কৈছিল। আল্লাহৰ নামত ইব্ৰাহিম আলাইহিছলামে এই আদেশ সম্পূৰ্ণ ভক্তি আৰু নিষ্ঠাৰে গ্ৰহণ কৰিছিল। তেওঁ নিজৰ পুত্ৰক কুৰবানীলৈ ​​সাজু কৰাৰ লগে লগে আল্লাহে তেওঁৰ উদ্দেশ্য দেখি পুত্ৰৰ ঠাইত এটা ভেড়া পোৱালি পঠিয়াই এই কুৰবানী গ্ৰহণ কৰিলে। তেতিয়াৰ পৰাই মুছলমানসকলে এই দিনটোত কোনো এটা জন্তু বলি দিয়ে।ইয়াৰ দ্বাৰা তেওঁলোকে ইব্ৰাহিমৰ আল্লাহৰ প্ৰতি থকা বিশ্বাস আৰু আল্লাহৰ প্ৰতি থকা ভক্তিভাৱৰ স্মৰণ কৰে।ইছলামত কুৰবানীৰ আঁৰৰ উদ্দেশ্য কেৱল এটা জন্তু বলি দিয়াই নহয়, ইয়াত ত্যাগ মনোভাৱ, বিশ্বাস আৰু মানৱতাৰ প্ৰতিফলন ঘটে। কুৰবানীৰ মাংস তিনি ভাগত ভাগ কৰা হয়। এটা অংশ দুখীয়া আৰু আৰ্তজনক, দ্বিতীয়টো আত্মীয়ক আৰু তৃতীয়টো নিজৰ বাবে ৰখা হয়। এই পৰম্পৰাই সমাজত সহযোগিতা, প্ৰেম আৰু সমতাৰ মনোভাৱক শক্তিশালী কৰে।

Tags: EID MUBARAKKurbani Eid.
নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd