• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টোপনিত দেখে নেকি ভয়ানক সপোন? যদি দেখে, পঢ়ি লওক এই লেখা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2023 8:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো মানুহেই কম বেছি পৰিমাণে সপোন দেখে। মানসিক অৱস্থা, অভজ্ঞতা বা পৰিৱেশ অনুযায়ী বিভিন্ন সময়ত বিভিন্ন সপোন দেখা যায়। কিছুমান সপোন খুবেই মধুৰ হয়। কিন্তু কেতিয়াবা এনে কিছুমান সপোন দেখা যায় যিবোৰ সপোন অতি ভয়ানক হয়।

এনে সপোনে আমাৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। গতিকে এনে সপোন দেখিলে তলত দিয়া নিয়ম কেইটা মানি চলিবলৈ চেষ্টা কৰক। ই আপোনাৰ সপোনৰ ভয়ানক অভিজ্ঞতাৰ পৰা আপোনাক মুক্ত কৰাত সহায় কৰিব:

Apply Now

১/ গভীৰ উশাহ লওক : সপোনৰ পৰা সাৰ পোৱাৰ লগে লগে লাহে লাহে আৰু গভীৰ উশাহ লওক। ইয়াৰ ফলত আপোনাৰ স্নায়ুতন্ত্ৰ শান্ত হোৱাৰ লগতে মনৰ উদ্বেগ হ্ৰাস পাব।

২/ বাস্তৱলৈ ঘূৰি আহক :  নিজকে সোঁৱৰাই দিয়ক যে সেয়া কেৱল সপোন আছিল। নিজৰ চৌপাশ নিৰীক্ষণ কৰি নিজকে আশ্বস্ত কৰি বৰ্তমানৰ মুহূৰ্তত মনোনিৱেশ কৰক।

৩/ লিখি ৰাখক সপোনৰ কাহিনী: আপুনি যদি সপোনৰ অধ্যয়ন কৰিব খোজে বা সপোনৰ কাৰণ জানিব খোজে তেন্তে আপুনি দেখা সপোনটো লিখি পেলাৱক। ই অপোনাৰ মনটো মুকলি কৰি ৰখাত সহায় কৰিব।

৪/ পেশীসমূহ শিথিল কৰি তোলাৰ চেষ্টা কৰক: পেশীৰ শিথিলতাই উদ্বেগ হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু শান্তিৰ অনুভূতি বৃদ্ধি কৰিব পাৰে। গতিকে পেশীসমূহ শিথিল কৰিবলৈ চেষ্টা কৰক।

৫/ ইতিবাচক পৰিস্থিতিৰ কল্পনা কৰক : এটা বেয়া সপোন দেখাৰ পিছত এটা ইতিবাচক আৰু আৰামদায়ক পৰিস্থিতিৰ কল্পনা কৰক। ইয়াৰ দ্বাৰা সপোনৰ পৰা অহা নেতিবাচক আৱেগ আৰু প্ৰতিচ্ছবি প্ৰতিহত কৰিব পাৰি।

৭/ মন শান্ত কৰা কাৰ্যত জড়িত হওক : এনেকুৱা কাম কৰক যিয়ে আপোনাক শান্ত কৰে, সেয়া কিতাপ পঢ়াই হওক বা সংগীত শুনাই হওক বা গা ধোৱাই হওক। আপুনি ভাল পোৱা কামবোৰত ব্যস্ত হ’লে আপোনাৰ মনোযোগ বেয়া সপোনৰ পৰা আঁতৰি যাব পাৰে।

মনত ৰাখিব যে মাজে মাজে বেয়া সপোন দেখাটো স্বাভাৱিক, কিন্তু যদিহে ই দুখৰ কাৰণ হৈ পৰিছে বা আপোনাৰ টোপনিৰ মানদণ্ডত প্ৰভাৱ পেলাইছে, তেন্তে চিকিৎসকৰ সহায় লওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

June 20, 2026 8:15 pm
মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

June 20, 2026 7:38 pm
শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

June 20, 2026 7:18 pm
ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

June 20, 2026 8:15 pm
মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

June 20, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd