• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2026 12:16 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনালোকৰ মতে মহিলাই এল পি জি চিলিণ্ডাৰ দাঙিব নোৱাৰে নেকি? লিংগ বৈষম্যৰ অভিযোগত এইদৰেই কঠোৰ ভাষাৰে ৰাষ্ট্ৰীয় ইন্ধন প্ৰতিষ্ঠান ইণ্ডিয়ান অইল কৰ্পৰেচনক সকীয়াই দিলে উচ্চতম ন্যায়ালয়ে। কেৱল মহিলা হোৱাৰ বাবেই যোগ্যতা থকাৰ পিছতো এগৰাকী প্ৰাৰ্থীক চাকৰিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছিল আই অ’ চি এলৰ বিৰুদ্ধে। আদালতৰ মজিয়াত ভৰ্ৎসনা কৰাৰ লগতে আই অ’ চি এলক ১২ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে।

ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ বিপুল এম পাঞ্চোলীৰ বিচাৰপীঠে এই ৰায়দান কৰিছে। তেওঁলোকে জনায় যে দেশৰ আগশাৰীৰ ৰাষ্ট্ৰীয় তেল প্ৰতিষ্ঠানটোৰ এই পদক্ষেপ এগৰাকী মহিলাৰ মৰ্যাদা হানি কৰাৰ সমাৰ্থক। অৱশ্যে গোচৰীয়া সুমিত্ৰা বৰ্তমান অৱসৰ গ্ৰহণৰ বয়সত উপনীত হৈছে। সেয়েহে তেওঁক চাকৰিত পুনৰ সংস্থাপন কৰাৰ পৰিৱৰ্তে ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে ন্যায়ালয়ে।

Apply Now

গোচৰৰ শুনানিৰ সময়ত আই অ’ চি এলৰ অধিবক্তাই দাবী কৰিছিল যে চাহৰ দোকান বা ফিলিং প্লেণ্টত গধুৰ চিলিণ্ডাৰ দাঙিবলৈ কঠোৰ শাৰীৰিক শ্ৰমৰ প্ৰয়োজন হয়। বহু সময়ত নিশাৰ ভাগতো ডিউটি কৰিবলগীয়া হয়। সেয়েহে কৰ্তৃপক্ষই মহিলাগৰাকীক এই পদৰ বাবে অনুপযুক্ত বুলি বিবেচনা কৰিছিল। কিন্তু এই যুক্তিৰ তীব্ৰ বিৰোধিতা কৰে ন্যায়াধীশ কুমাৰে।

ন্যায়াধীশ গৰাকীয়ে কয়, কেৱল মহিলা হোৱাৰ বাবেই আপোনালোকে তেওঁক চাকৰি নিদিলে? ই সমগ্ৰ নাৰীজাতিক চৰম অপমান কৰিছে। আমি ভাৰতীয়ই প্ৰতিদিনে নাৰীক শ্ৰদ্ধা কৰাৰ কথা কওঁ, অথচ এটা চৰকাৰী প্ৰতিষ্ঠান হৈ আপোনালোকে এনে কাম কৰিছে! প্ৰতিদিনে ঘৰত পুৰুষ নাথাকিলে মহিলাসকলেই দেখোন গেছৰ চিলিণ্ডাৰ দাঙি সলনি কৰে।

উল্লেখযোগ্য যে শেহতীয়াকৈ ইণ্ডিয়ান অইলৰ এটা প্লেণ্টত কেজুৱেল খালাচী বা ৰিফিলিং হেল্পাৰ পদৰ বাবে ৪৯ জনীয়া এখন তালিকা প্ৰস্তুত কৰা হৈছিল। তাৰ ভিতৰত সুমিত্ৰাও নিৰ্বাচিত হৈছিল। কিন্তু সাক্ষাৎকাৰৰ পিছত তেওঁক আৰু নিযুক্তি দিয়া নহ’ল। আনহাতে তালিকাত থকা ৪৩ জন পুৰুষে নিযুক্তি পত্ৰ লাভ কৰিলে। দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত অৱশেষত সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায়দান কৰিলে। এই ৰায়ৰ জৰিয়তে লিংগ বৈষম্যৰ বিৰুদ্ধে নিজৰ কঠোৰ স্থিতি স্পষ্ট কৰি দিলে উচ্চতম ন্যায়ালয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

September 19, 2026 12:27 pm
“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

September 19, 2026 12:16 pm
১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

September 19, 2026 11:29 am
পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

September 19, 2026 12:27 pm
“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

September 19, 2026 12:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd