• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিকিৎসক থকাৰ পিছতো চিকিৎসা অবিহনে উভতিল ৰোগী, কৃষ্ণাইত প্ৰতিক্ৰিয়া

নীলমণি শৰ্মা by নীলমণি শৰ্মা
February 18, 2020 6:34 pm
krishnai

চিকিৎসকবিহীন চিকিৎসকৰ চেম্বাৰ, ফ'টো- নীলমণি শৰ্মা

1.6k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ বিৰুদ্ধে ৰোগীক অৱহেলাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷

চিকিৎসক থকাৰ পিছোতো চিকিৎসা অবিহনে ৰোগীক ওভতাই পঠোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে আজি পুৱা কৃষ্ণাই-তুৰা ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এক পথ দূৰ্ঘটনাত আহত হোৱা বিপ্লব মণ্ডল নামৰ বঙাইগাঁৱৰ  লোক এজনক লৈ প্ৰাথমিক চিকিৎসাৰ বাবে কৃষ্ণাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ লৈ আনা হৈছিল৷

কিন্তু পৰিতাপৰ কথাটো হ’ল যে ৰাতিপুৱা ৯:৩০ লৈকে স্বাস্থ্যকেন্দ্ৰটোত  উপস্থিত নাই কোনো চিকিৎসক৷

আহত লোকজনক লৈ অহা লোকেজনে চিকিৎসক বিচাৰ খোচাৰ কৰাত  এজন স্বাস্থ্য কৰ্মীয়ে কোৱাটাৰত চিকিৎসকজন থকা বুলি জানিবলৈ দিয়ে।

কোৱাটাৰলৈ গৈ আহত লোকজনক চাবলৈ অনুৰোধ কৰিলে যদিও চিকিৎসকজনে ৰোগীক চোৱাৰ সলনি  নাৰ্চক দেখুৱাবলৈ পৰামৰ্শ দিয়ে৷

চিকিৎসকৰ পৰামৰ্শ মতে আহতলোকজনক লৈ আহা ব্যক্তিজনে নাৰ্চ গৰাকীক বিছাৰিলে যদিও নাৰ্চ গৰাকীয়ে সেই সময়ত এগৰাকী প্ৰসুতি ৰোগীৰ লগত লেবাৰ ৰুমত ব্যস্ত আছিল৷

উপায়ন্তৰ লোকজনে পুনৰ চিকিৎসকজনক লগ কৰিলে কিন্তু দ্বিতীয়বাৰো চিকিৎসকজনে ফীল্ডত ডিউতি থকা বুলি গুচি যায়৷

জানিব পৰা মতে আজি ডা০ নন্দ কুমাৰ নাথ নামৰ চিকিৎসকজন সেই সময়ত উপস্থিত আছিল৷ গুৰুতৰভাবে আহত বিপ্লৱ মণ্ডল নামৰ লোকজনক অৱশেত কৃষ্ণাইৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসা অবিহনে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ নিবলগীয়া হয়৷

এজন চিকিৎসক উপস্থিত থকাৰ পিছতো ৰোগীক কোনো চিকিৎসা প্ৰদান নকৰা ঘটনাটোয়ে অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd